পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ নৱ-জন্ম যুগত কুলি উঠা অসমীয়া সাহিত্য বীৰু কাৰী নামে বজাৰ আশাত প্ৰশংসা অনেক “একদিন আই শুনি আইধাই কিয় বোলা বাপ মাধৱে বোলয় বাঙ্গাশ মুথ্য সেহক। কৰে সিটো মাধৱক।” আইধাইব আগাহ সত্ত্বেও মাধৱদেৱ ৰজাৰ আগলৈ যাবলৈ অমান্তি ধাই বোলে আতা কৰাওঁ আগ বাব || বোলা ৰীক কামী সহায় নগৈ ৰাৰ আগ হৈব॥ বুলিলা দুনাই মাধবদেব আগে। বালৰ আগ থে ঘল থাক লাগে॥ নলাগৈ আFাণ কি কাম ৰজাৰ ঠাই। মাধবাদেৰ বা শুনি তাৰ নহিলা আইই॥" যি হওক, এই স্বীকাৰ্যীৰ অনুৰোধতে কোচবেহাৰত মাধৱদেৱে উড়িষ্যাৰ বজল পুৰুষোত্তম গজপতিৰ নাম-মালিকা নামৰ সংস্কৃত বৈষ্ণব শাস্ত্ৰৰ অসমীয়া পদ-ভাঙনি কবে(দৈতাবি, ৪৫১০-১৫ পদ)। মাধৰদেৱে নহয়, কোনো এনে অল্পোত কবিয়ে এইজন উড়িষ্যাণ বা পুৰুষোত্তম গৰুপতিৰে আন এখন সংস্কৃত বৈষ্ণব শাস্ত্ৰ দীপিকা- চৰ অসমীয়া পদ-ভানি কৰিছিল; আৰু এই গজসতিয়ে অযোধ্যাৰ বজাৰামচন্দ্ৰৰ আনুষ নাতি বুলি নিজৰ চিনাকি দিয়াত, ভানিকে মৌলিক বুলি ভ্ৰম কৰি সেই তাসমীয়া পুথিৰ প্ৰথম সম্পাদক প্ৰকাশক মাধৱচন্দ্ৰ বৰদলৈ তাৰু তেওঁৰ পাছত লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে সেই পুথি একাদশ কিয় হৃষ্ঠ শতিকাৰ বুলি প্ৰমাণ কৰিবলৈ প্ৰয়াস পাইছিল, স্বৰূপতে সেই ভানি কিন্তু বৈষ্ণৱ বা উত্তৰ-বৈষৰ যুগৰ। মাধৱদেৱে ঠিক কেতিয়া নামঘোষা বচনা কৰিবলৈ লৈছিল কোৱা টান॥ কথা-ওচৰিত মতে অৱশ্যে শ্ৰীশঙ্কৰদেৱৰ আজ্ঞা অনুসৰি ইয়াক ৰচা হয়, কিন্তু গুৰুৰে তিৰোভাৱৰ পাছতহে যে ইয়াৰ ভালেখিনি ঘোষা লিখা হৈছিল, তাৰ ভিতফ প্ৰমাণ যথেষ্ট আছে। তদুপৰি দৈত্যাবিৰ এইখিনি পদে শেষ বাৰ দেখুৱায় প্ৰকৃততে সামৰণি ঘোষাবোৰ মাধবদেব কবি তাক ভজ উভয় জীৱনৰ শেষ আবতি, অন্তিম আহুতি। বেহবঃ কতদিনে, কৰো জানি এক গান প্ৰাৰ্থনা কাকুতি খেন পৰম শণ চিন্তি “আছত্ত তাৰুদ মনে আউল ভাঙ্গি ঘোষাখান নিন্দা তুতি উপদেশ লোকক কৃপায়ে আতি নদেব নল মন। এহি বুলি শবণ ভজন। বহুবিধ পলি সৰল। যেন আঙ্কলক চৎ শি!!"