পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী তিনি বছৰৰ পাছত নৰনাৰায়ণৰ মৃত্যু হয় (গেইট)। এই ৰঘুদেবেই কন্মকাণ্ডীবিলাকৰ কথা শুনি মাধৱদেৱ আৰু ভকতসকলক ধৰাই নি বন্দী কৰি ৰাখি নিৰ্দোষ জানি পাছত মুকলি কৰি দিয়ে। আগতে বৰপেটাত মাধৱদেৱে ৰাসৰুমুৰা দথিমথন নাট ৰচে- শুনিয়া মথুৰা দাস তেখনে আসিলা। মাধৱদেৱক বৰপেটা লাগি নিলা॥ ভক্তবৰ্ণ সম তথা ৰহিলা মাধৱ। তান্তিকুঞ্ছি লোল মিলিল মহোৎসৱ॥ নটুৱা পাতিয়া নাট কৰি বিৰ। নাটি দেশি লোকৰ আনন্দ বহুব॥ কৰিলা যুনুবা দধিমথন তুহিত। নানা বসে কৰিলন্ত আৰো নানা গীত॥ পাতিলা গোসাইৰ ঘৰ মহা মনোৰম। কামৰূপে আন ঘৰ নাই তাক সম॥ আকৌ বৰপেটাত থাকোতেই মাধৱদেৱে শঙ্কৰদেৱৰ ৰামবিজয় নাটকৰ =ানো পতে একালে ন্যাত্ৰা ক্যাইবাক প্ৰতি। সৱে কুিঞ্জীয়া লোব ভৈল মতি॥ মাধৱদেৱৰ আপে বুলিলে লোক। বাপ ৰামৰিয় গাত্ৰা কয়োক॥। জামাত্ৰা কথা শুনি লোক সমা আসিল সমতে তাকুিঞ্ছি নধৰয়॥" তথাপি কৰ্ম্মকাণ্ডীবিলাকৰ উচটনিত ঘুদেৱে ঘনাই অত্যাচাৰ কৰাত মাধৱদেৰে শেষবাৰ কোচ-হাজোব বৰপেটা এৰি লক্ষ্মীনাৰায়ণৰ কোচ -বেহাবলৈ যোৱাকে থিৰাং কৰিলে। “অনন্তলে পাইলা ঠাই, বেহাৰ মাধৱে। ভেলা দুবাৰ গই বহিলা উহুৱে॥" কোড়বেহাৰত ৰাজপুৰুষ আইধাই আদিয়ে আসৰেৰে শকণ গ্ৰহণ কৰিলে— “না আহপনে বেহাৰ নগালে মাধৱদেৱ আহত। আসিলা বৈষ্ণৱ শুনিয়া উৎসব বাঙ্গা-প্ৰজ্ঞা কৰিল॥ ৫০০। বাৰি ফুৰি বামাৰ আইবাই। ৰাজাৰ মহিষী কুমৰ কুমাৰী। আন কত্ৰে কতো যাই। গুৰু মানি সৰে তুষত লৈলা শৰণ। কহিবে কতেক শৰণ লৈলে আনো নব জন॥ ডাক-ডাবুৰা বিলাইৰ লোক জন। নাহি আদি-অন্ত আসি অপৰ্যন্ত কৃষঃত লৈল শৰণ॥৯৫০৫। কোচ-মেট লোক সৱে এৰিলেক পুৰ যত আচাৰ। মৰদেব উপদেশ পায়। ভৈল সৰে সনাচাৰ॥