পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৭ ভাবি ভাবি মহাৱাত ৰনৰ মাল ওলাই যোৱাৰ দৰে শঙ্কৰদেৱৰৰ তেনে ভাব হোবা সম্পূৰ্ণ সম্ভৱপৰ। গতিকে তেনে কিম্বদন্তী বা উপলক্ষ, নিৰ্দেশ নকৰাকৈ বৰগীতৰ পৰা তাৰ সাধাৰণ লক্ষণ বুজিবলৈ চোৱা সমীচীন হয়। ঠাট প্ৰকট পটু বাৰিধি তৰি তুৰি হাট-ট্ৰ , ৰাগ আশোৱাৰী শুন শুন ৰে সুৰ-বৈৰী প্ৰমাণ, নিশাচৰ-শনিলানা। বাম নাম যম সমৰক সালি, সললে কয়লি পান। ধু। কোটি কোটি কপি লিলি গণি গলি পদ ঘৰে। কৰে গুৰুৰ গিৰি ধৰি ধৰি সমল ৰে॥ ৮ বিলি চৌগড়ে বেশি লম্বা। ঘৰিয় গৰ্জন নঃ মান্ন॥ শৈশ বাণী নী শা মহীধৰ তবসি প্ৰম্প॥ দশবন্ধু পাসবুধ জানকী শিৰত চায়। বব বনীচৰ শৰ কহত উপায়॥ ই বৃত্তান্তৰ ভিতৰেদি উপদেশ দিয়া বৰগীতৰ নিদৰ্শন। তালাৰ শাৰ ফালৰ পৰা ইয়াৰ অক্ষবানুপ্ৰাস, নানুপ্ৰাস, ব্যঞ্জনা আদিৰ সৌন্দৰ্যা মন কৰিব ধৰ বীৰ শব- সুব-নব-কিন্নৰ অনুব বঘুপতি গৰুৰ নেৰি পামৰ নন যত জীব জঙ্গম, সৱকই মাৰ, ঈশ স্বকপে হৰি নিন্দাবাদ পৈশু হিংসা হবি! নাৰায়ণ! কাহে ভকতি কৰো হেবা। নাধা না মন, যা পাপ নাখো॥ কটি পতঙ্গম, অগ নগণ তেৰি কায়া। পূৰত উহি উৰ, নাহিঙ্গত ভূত দায়॥ সব ঘটে বৈঠহ নৈশন বালি। তেৰিহা হা পাপী॥ যেন নড়বহে বান বাণী সৱ তাপবাধক বাধকতু নাম তাহে শনশ লোহে জানি॥ কালু শহুৰ শ হো ককণা না?