পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>98 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু ৰামায়ণ-গীতল্লাৰতো বৰগীতৰ বাকি অনুৰূপ দেখিবলৈ পোৱা হতা; কিন্তু যি যি স্কুণৰ সমম্বা হলে গীত হয়, তেনে গুণৰ সমন্বয় সেইবোৰত কি, শঙ্কৰদেৱ-মাধৱদেৱ-সকলন নি বানাৰ আন আন গীততে নোহোৱা বাবে অঙ্কীয়া গীত আদি যেই সেই গীত্ৰক বৰগীত বোলা নহয়। “কানাইৰ ৰূপণ উপমাৰ কিবা কেন। একপুৰু হয় আছে গোপিনীৰ প্ৰেম। সল জগতে বোলে কামাই কালী। কালা নোহে শ্যামৰূপ ধলিন্থে তানিয়া॥" বৰগীত বাৰৰ বিষমেও যেন এই কথাকেই কল পানি; শঙ্কৰ-মাধৱসকলৰ পুঞ্জীভূত ভক্তিসহ কয়নাব ভাব-ভাষা আৰু সুবেই যেন মূৰ্ত্তি ধৰি একোটি বৰগীত হৈছে! শঙ্কৰদেৱৰ সমসাময়িক বা পূৰ্ববৰ্তী কবিসকলৰ গীত-মাত আক ভাব-ভাষাতকৈ শ্ৰেষ্ঠ জানি সেইবোৰ বিপৰীতে এইবোৰক শ্ৰেষ্ঠ গীত বা বৰগীত ৰোলা হৈছিল বুলিলেও সেই খুত থাকি যায়; কিয়নো বহুলাভাবেই বৈষ্ণব কবিসকলৰ সৎলা গীত-পন -ইছনা সেইয়াৰতকৈ গৰ, কিন্তু সেই আটাইতাক বৰগীত বোলা হয় নিশ্চয়। “বণ তুৰি বষৰ্ণীতি তেৰ কুৰি মা' বুলি এটা কথা সদায় তুলিত আছে, আৰ এখন গুৰু চৰিত্ৰৰ মতে শহলদেলেই তাকলে “বাৰ কুৰি কৰ্গীত" লিৰিছিল; বৰপেটাল কমলা গানা নামে ভকত এজনে আওলাবলৈ বুলি শঙ্কৰদেৱৰ পৰা সম্পূৰ্ণ বৰণীতৰ পুথিখন নি বাহাত গাওঁতে চ'তমহীয়া বন-জুয়ে ঘৰ গোনাত লগতে তাকে পুৰিলে। “গুৰুজনে খেদকৈ বোলে, বঢ়াণ গো, আনেক শ্ৰমকৈ গতিখানি কৈগো, গুইলে। গতি কিছু না, আমি নহলো। এই নিৰ্দেশ মতেই মাধৱদেৱে ন কুৰি এখানটা বৰগীত ৰচিলে, যদিও তাকে সম্পূৰ্ণকৈ পোনা নই। শঙ্কৰদেৱৰ নিলে বনাৰ বৰগীত একুৰি চৈধ্যটি বৰ্তমান পোৱা হয়; এই বব- গীতবোব আৰু মাধৱদেৱবৰা ভালেখিনি বৰগীত বিভিন্ন উপলক্ষত বচা বুলি নী কথা চলিত আহে আৰু তেনে মত বহুত আমিলো আছে। উদাহৰণ স্বৰূপে, শঙ্কৰদেৱৰ "পাৰে পৰি হৰি নকৰোহে। লতৰি প্ৰাণ বাখবি মোৰ" বৰগীতটি নিম্ন তিৰভাৱৰ কালত লিখা বুলি কোনো কোনোৱে কব যেতে মৃত্যুৰ ভয়ত "প্ৰাণ বাঘবি নেব” বুলি কলে শঙ্কৰৰে মহাপুৰুষত্ব আৰু সকলো শিক্ষা-প্ৰচাৰৰ মূল্য-মৰ্য্যদাই ৰা থাকিল ক’তঃ আনসকলে কয়, ববপুতেক ওপহেঁতে শঙ্কৰদেৱে এই বৰণীত ৰচিছিল; ই স্বাভাবিক, আষ বুদ্ধদেৰে পুত্ৰ ওপাতে বাহুগো জাতঃ বঙ্গনং জাত", পুত্ৰ উপছিল নে বন ন্মিল, বুলি