পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯৪
অসমীয়া সাহিত্যৰ চানেকি।

মউৰ সোৱাদ হাঁহি ধেমালিও,
হবহে এদিন তিতা।”
সপোনৰ দৰে উৰি আহিছিল,
উৰি গল সিবা কলৈ।
এতিয়া দেখিছোঁ তাৰ সেই কথা,
ধৰিছে ফলিয়াবলৈ।