পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৭
পাহৰণি

দিব একতাই সাদৰৰ মাত?
“পাহৰণি হেৰা। তোমাৰ অনন্ত
গৰ্ভত থোৱানি এই ভাৰতক।
আন্ধাৰ সিন্ধুৰ অতল তলত
পেলোৱানি যেন সবে পাহৰোক।”