পৃৰ্ণিমাৰ ৰাতিলৈ চাই। কৰিলো নিচুক ধনৰ কাৰণে বৰুৱা ফুকনে | গইছেহি সোঁত ধৰি অধা দাম! অমুকৰ লৰাই জোতা মোজ। পিন্ধ। | দেখি বেপাটিয়ে ধৰিলে কান্দোন, মই বোৰাটিক | দেউতা আহিলে পিন্ধাৰ দুগুণ। সে যে যুবকে। | চাকৰি কৰিছে দেখিছো কিযনো বিৰস বদন; বহু ঋণ জালে চিন্তাৰ অনলে | ব্যাকুল কৰিছে কোমল মন। সৌ ডেকাহঁতে চিঞৰে সম্বনে | দেশৰ কাৰণে ভূখিত মনে, অসমীযা কল। অথবা অজলা | তেনে চিঞৰকো নুশুনে কাণে। দেশৰ কাৰণে কোনো কোনো জনে দেখিছে৷ বৰছে পবম যতন, দেশা ভাতৃগণে। আকাণ কৰে কৰি ইতিকিং কিহৰ কাৰণ? সহিব নোৱাৰি দেশৰ দুৰ্গতি | দিলে কোনো জনে কামত হাত, দশী ভাই উভতি নেচায | ঘনে মাতিলেও নলগায মত। স্বাধিনতা এৰি | চাকৰি নকৰি | কৰিলে কোনোৱে দেশলৈ মন, লগুৰালি প্ৰিয। অধীন দেশীয তুচ্ছ জ্ঞান কৰে নকৰে মান। পূৰ্ব জনমৰ। কি পাপে মহত পালে কি শাপে অসম দেশ, এই শাপ ফলে | যুগ যুগ কালে নাই অসমীয়াৰ বুধিৰ লেশ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৯
অৱয়ব