পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলঙ্ক ভঞ্জন। ২৮৭ দুয়ো কহে হাঁহি, এনায় পস্তুত আহি, যশোদ। ৰাধাক কহে। এৰি আই বন, আনিয়া জীৱন, জীৱন দে মোৰ দেহে। তুমি আনিলি জীৱন, চলি পাৱে জীৱন, | যি বন থাকে ইতা এৰি।। লো মোৰ আই, মোৰ কাৰে নাই, কানাই কনাৰ হাতৰ লড়ি। যশোদৰ বিলাপ উক্তি, | শুনি দুঃখি ৰাধা শক্তি, | ঢথু দুটী ছল ছল হৈল।। মনে মনে বলে হে হাবি, তোমাৰ ইচ্ছ। মিটানাই ইগল। কৰি, ইহা দেশান্তৰা কৰিও ৰাধাক ধৈল।। এনায় নাপাও গাউত গল, আৰু মোক খেদোৱা নিৰা জল, জলদ বৰণ এৰা ছল, ময় কোনো দোষ নাই কৰা, কিয় মোক হি”খা কৰা, ধৰ। সৰ পয়োৱা পৰা। তেতিয়া চখ দুটাৰ মুছি পানী, | ধিৰে ধিৰে কমলিন, যশোদাক বোলে আই চল।। সি থাকে মোৰ হৱ ভাগ্যে, | এই বুলি গৃহ ত্যাগে, অভয় ভয়েই চঞ্চল।। ফুটা কলহ কৰি কক্ষে, বন গন ধাৰ। চক্ষে, মৰা গোপালোৰ দেখি চাই। বোলে হে গোপাল কৰুণা সিন্ধু, দয়া পানী দে এক বিন্দু, তুমি বিনে বন্ধু মোৰ নাই। তোমাৰ হুকুম লই, জল আনিব যাও হই, যদি জল নাহে ছিদ্ৰ কুম্ভে। তেৰে জণনিব। এই হল দেখ, ৰাধাৰ এই শেষ দেখা, সঙক্ষা হেজীৱন যাত্ৰা বম্ভে।