পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৬ অসমীয়া সাহিত্যৰ চানেকি। ( বালে এক নাৰা, ৰ অঙ্গৰে নাৰী, বহুত আছে অঝা ভাষা। ৰম্ভ। প্ৰিয়া ৰতি,। ৰামেশ্বৰী ৰাতি, ৰতেণী ৰজত প্ৰিয়া। আৰু আছে ঢেব, গৰিা কাছি ঠেৰ, ৰ অঙ্কৰে বহুত তিনি। কহে বৈদ্য গুণ মণি, দিব পাৰে। চিনি, দেখিলি সিগিল। নাৰী॥ তেতিয়া ৰ আখৰে তিৰি, আছিল গিৰি গিৰি, | অঝ। বোলে ইগলা নুই।। যুনি আছে ৰ আখৰে, | সকলে চিনিব। নৰে, হৰি পৰাযনা হই। তেও সদয বোলে হৰি, বি দিবা সাবা হৰিণ ননী শান্তি। লোকে চিনবা নৰি, বোলে বাবা নাৰী | তুহনাৰ গাউৰ বৰ ভ্ৰান্তি। তেতিযা কথা বুঝিবা পাবি, জটিল। দাউবি, মাকৰ আগত বা ধল্যাক। শুনি ছোৱানাহে আই, অঝা তালপাই, শান্তি নাৰী ঠিক কৈল্যাক। তুৰ বোৱাৰী, হল শান্তি নাৰী, বাদোৰ মালা গলত যাৰ। ফুট। কলহত কৰি, | তেওঁ আনি বাৰি, জীৱাব নন্দ কুমাৰ।। ৰাধা নাউ ললি, তেতিয়াই গাধুলি, তেহে আলাহ গুচি যাই। আজি সেই অপবিত্ৰায, অঝ বপুৰায, গঙ্গা কৰিব খোজে আই।