পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামাখ্যা। লগত অমৃতৰ, জীৱিতব প্ৰেম ভাৱ হব নোৱাৰে। সম ভাৱৰ গ ত সম ভাৱৰ হে সখি। সমৰ লগত বিসমৰ কেতিয়াও মিল নহয। আন্ধাৰে পোহৰে কেতিয়াও মিল নাই। এটাক দেখিলে এটা পলায। মৃতৰ লগত অনুতৰ কেতিয়াও প্ৰেম নহয়। জীৱাই মৰাক দেখিব নোখোজে। শক্তি শক্তিহীন দৰত ৰাখে, হেয় জ্ঞান কৰে। কামিলাই অকামিলাক ভাল নাপায়। | ঈশ্বৰৰ নাম ৰূপ কৰা, ও এট। কাম 'নৰ মনৰ অনুৰূপ কাম,, আৰু লৰা ছোৱালী পিতা মাতা প্ৰতিপান কৰা ৪ টা কন্য। গছৰে। জাৰ পে কম বা শক্তি আছে। গছ বিলাকেও কাস্য কৰে। ন সা শোভা •15, পা ফুল ফল জন্মাইছে। গছৰ মূলত কমৰ বীজ নাথাকিলে কেনেকৈ বছৰে ২ ন প ফল ফল দি ঈশ্বৰক পূজে। কমেই , কাসেই।। ৫ম স্বৰূপ প্ৰসৰ উদয় হলেহে কায্যৰূপ গুটি ধবে। গছৰ অন্তৰ্গত জীৱ শকিৰ।৷ ৩, ল, " জন্মবৰ কামনা নাথাকিলে ছক কিয জৱািই ৰাখিব - ||bৰ ৰ। বি « ৰা ঢানি গঙ্গক পৃহিব। কমিব আৰু জৱ শক্তিবে একে ভা। মজাৰ, ৩, ৫ম, ৩. চেতন শক্তি। সংসাৰ ৩ সিমান দিন কাম আছে, তিমান দিন প্ৰেম যাচ্ছে। তিন দিন কাৰ্য্য আছে। কাম, প্ৰেম, কান। একে, যেনে গছৰ গৰ, ৬া, প৩, [1, ফল। কামনাৰ দৰে কাণ্য কৰাই, ঈশ্বৰৰ উপাসন। তাপ ভাব বেলেগ, সৎবৃতি চৰিতাৰ্থ কৰাই পূনব কাণ্য। মনৰ কামনা মতে এক চিব এ। ৩ প্ৰবৃ৬ হা হব মঙ্গল হয। যি কাৰ্য দি আমি স সাব ও সুখ পাও, সেই কবি চাকি- শক্তিও বনি। কোনো কাণ্যলৈ কামনা নহলে, কামৰ প্ৰতি প্ৰেম নহলে, কম ও বিহে মন •াগান। কন্য ৰূপ গছৰ কামনায অঙ্গুব, উদ্যোগেই ৬•, পা ৩, ৫. It ভাল পোৱাই কাম্য। লগত প্ৰেম কৰাই ফুল। লব পিচতে ..।। আগে সদযত ক্ষুৰ নহলে, ডাল পাত কেনেকৈ হব : আগেযে দৰূপ পা ৩ মিৰূপ প্ৰকৃতি দেৱাব প্ৰকাশ, তাৰ পিচতেহে তেওঁ ব স' পালন --অৰ্থাৎ উদ্যোগ। খুব ধৰিব নোৱাৰি, বুজিব নোৱাৰি মোহাৰি পেলালে, না বুলিলে, ডাল, পা ও বুল, ফল, পাবলৈ বাঞ্ছা কৰা বৃথা। অঙ্কুৰৰ গছৰ এক অশ। আদি অংশ সুক্ষা, মূল অংশ আদি শক্তি।। গছৰ সুক্ষন মূল অংশ নষ্ট হলে, যেনেকৈ গছ হব নোৱাৰে, তেনেকৈ জগত ৰূপ কাৰ্য্যৰ আগেয়ে কামৰূপ, ইচ্ছাৰূপ গদি কাৰণ নহলে জগই হব নোৱাবে। ইচ্ছা হল তেওঁ প্ৰকাশ হল। জগত হল। মানুহৰ কাৰ্যবে: এই ভাৱ।