সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোমাই তামুলী বৰ বৰুৱা। ২৪৯ মোমাই তামুলী বৰ বৰুৱা। ১৫০১ শকত (১৫৭৯ খৃঃ অঃ ) লুখৰশিন আহোমৰ পশত মোমাই তামুলীৰ জন্ম হয়। এও অতি দৰিদ্ৰ হেতুকে নাজিৰাৰ গণক এঘৰত ভাত কাপোৰিয়াকৈ আছিল। তেতিয়া তেওঁৰ বযস ২৫ এমন হৈছিল। পূবেল আমাৰ দেশত ৰাজাৰ নগৰৰ বাহিৰে ইতৰ মানুহৰ ঢাপ মবা বাডা নাছিল; কি ভাবি বৰ বৰুৱাই গণকৰ ঘৰদুৱাৰ এনেদৰে ঢাফ চিকন ৰাখি, বাড়ী মেৰাই ঢাপ মাৰি টাটি ঢুকোৱা দি নানা তৰহৰ ফুল লগাই দিলে যে বাটৰুৱাইও এবাৰ ৰৈ চাই নগলে নোৱাৰে। এইদৰে তেও কুচুত কপট নকৰাকৈ বনবাৰি কৰি মোমাই নমলৈ গণকৰ ঘৰ৩ ৭৮ বছৰ কটালে। ভাগ্যচক্ৰৰ পাৰ কাৰো বুজিবৰ সাধ্য নাই। এদিনাখ বুদ্ধিস্বৰ্গ মহাৰাজ। শেন মেলিবলৈ নাজিলে যায়। যাওতে তেও গণকব বাড়া ঘৰদুৱাব দেখি তধা। লাগি ৰৈ, কাৰ ঘৰ বুলি শুধিলে আৰু গণকৰ ঘৰ বোন! • গণকব মতালে। তেতিযা গণকৰ ক'ত ধাতু নাই, আৰু সি ভাবিলে, “মই কিবা জগৰহে গেলো।” এই চিন্তা কৰি ডিঙ্গি আগ বঢ়াই গণকে মাহাবাজাব আগত অহি ললেগৈ। মহাৰজাই কিছুমান পৰৰ পাছত শুধিলে দৈৰদেউ! তোমাৰ ঘৰ বাড়া কাৰ দ্বাৰাইনো এনে দৰে কৰাইছা? গণকে কলে "স্বাদে উ! মোৰ দবত মোমাই নামে লুখুৰাশনীযা লৰা এটা গাছে , এই সকলোবোৰ তৰে বণ।” ৰাজাই তেতিয়াই মোমাইক ঢাৰৰ নিমিত্তে মতালে। মোমাই দেখিবলৈ অতি সুন্দৰ, মহবলিষ্ঠ, তেজস্বী আৰু বুদ্ধিমান আছিল। দেখিযেই বাৰ মৰম লাগিল আৰু ৰাজাই গণকক কলে বোলে “যি হয় লৈ লৰাটে। মোক দিয়া।' গণকে কলে, ‘মহাৰাজ! ই মাগোন ভাই-কাপোৰীয়াকৈহে আছে; মোৰ আন একে। লোৱা নাই , মহাৰাজাৰ প্ৰজা, মহাৰাজাই নিলে মোৰ কি মা ত আছে। পাছে স্বেচ্ছাচাৰী ৰাজা বুলিও বুদ্ধিস্বৰ্গই গণকক তুষ্ট কৰিহে মোমাইক লগত লৈ গল। মোমাইৰ ভাগ্য-লক্ষী ‘ক্ৰমে সুপ্ৰসন্ন হৈ আহিল। নগৰ পাই ৰজাই মোমাইক কলে, “মোমাই! গণকৰ ঘৰ দুৱাৰ যেনে ঢকৃতলগা কৰিছিলি মোৰ ফুলনি বাডা ও সেই দৰে কৰিব লাগে আৰু তাকে কৰিবলৈ তোৰ লগত এই দুকুড়ি বাড়ীচোৱা দিলো।” মোমাইয়ে ইয়াৰ পূৰ্বে নিজ হাতে বন কৰি ভাত মোকোলাইছিল, কিন্তু এই প্ৰথম লোকক বাবলৈ পাই তেওঁ অতি উৎসাহেৰে ৰাজাৰ মনোমত কৰি গড়গাও আৰু ৰঙ্গপুৰ নগৰৰ ফুলনি বাড়ী কৰোৱাত ৰজাই ভিতৰ ঘৰবোৰ সজাবলৈ