পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
অভিমনু বধ কাব্য।


দিবাকৰ তেজে যেন পানীক শুষিলা
অলক্ষিতে, প্ৰদীপৰ লগে গল ছায়া।
কৰি চিত্ত নিমগন চিন্তা নিগূঢ়ত
মৃদিলা লোচন দুই ধৰ্ম্ম-পিতামহে।