আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিল। ২১১ দশমীৰ দিনা ৰঙ্গালী তামোল। আৰু দেশীয় কোনো কোনো লোক গধূলি তেওঁৰ ঘৰলৈ সাক্ষাৎ কৰিবলৈ যায়। সেই সকলৰে সৈতে অনদেবে কৈালাকুলি কৰিছিল। আৰু ঢল। বিছনাত সকলোৰে সৈতে বহি আলাপ কৰিছিল। তেওঁৰ তলৈ সদাই অসমীয়া বঙ্গালী অনেক লোক সাক্ষাৎ কৰিবলৈ গৈছিল। নগাওত হলে হাবিৰাম বৰুৱা পেস্কাৰ, ৰত্নেশ্বৰ লাহিড়া, কালী চৰণ কাননগো, যাম চন্দ্ৰ বিশ্বাস, কালী কৃষ্ণ ৰায়, মনসুখ দাস ও সয়াল ধাৰাস ও সাবাল প্ৰায় সদাই তেওঁৰ ঘৰলৈ গৈছিল। শ্ৰাৱণত তেওঁৰ পিতৃ শ্ৰাদ্ধ আৰু পুৰ অন্নপ্ৰাসনাদি কাৰ্যত তেও দেশীয় লোক সকলক দেশীয় নিয়মেৰে আৰু তাৰ পাচ দি বঙ্গালী হিন্দুস্থানী প্ৰভৃতি লোক সকলক বঙ্গা। নিয়মেৰে ভোজন কৰাইছিল। সেই সময়ত তেওঁ সকলোৰে সৈতে সমানভাবে ব্যবহাৰ কৰিছিল। মুচলমান গাৰু ইৰাজ সকললৈ সেই সেই উৎসৱত নানা বিধ খাদ্য সামগ্ৰী পঠোৱা হৈছিল। ঘৰৰ কোনো পৰিবৰিৰ কোনো পীড়া হলে অথবা ঘৰত কোনো কন্যি হলে ও অতিশয় ব্যস্ত আৰু ত্ৰস্ত হৈছিল। তেতিয়া তেওঁ যি কয় তাক নুশুনিলে তদ্দণ্ডে তাৰ প্ৰতিকাৰ কৰিছিল। তেতিয়া অল্প কথাতে তেওঁ উত্তেজিত হৈছিল। কিন্তু কোনো আগন্তুক লোকব আগত তেনে নকৰিছি।।। তেও তেওৰ অধীন সকলে এটি কৰিলে ডাৰি দিছিল। আৰু কেতিযাব। কাকে। পা পা মাৰিছিল। কিন্তু অচিনাকী বা তাল চিনাক। লোক থাকলে সেই ৰূপ কাম্য কৰিছিল। হীন সম ফুকনৰ পৰ অপ্ৰিয় ছিল। কোনো এজনা প্ৰাচীন উচ্চ শ্ৰেণীৰ তাপ এতিয়াৰ আমোলাই তেও ক “দেৰ তা” বুলি সম্বোধন কৰাত তেও বব দুঃখিত হৈ গাগলৈ সেইৰূপ নকৰিবৰ নিমিত্তে তেওঁক কলে। তেও হাকিম হৈছিল বুলি ও অনৰ্থক অভিমান বা অহাৰ নকৰিছিল। ৰঞ্জয় ফুকন নাজীৰৰ পত্নী ভাগীবী আইচুৰে সৈতে ফুকননায়ে সখা বন্ধাইছিল। আৰু দুয়োজনাৰ বিশেষ সৌহাৰ্দ অছিল। ফুকনে হাকীম বুলি তেওঁৰ পত্নীবে সখীত্ব কৰিবলৈ নিযেধ নকৰি বৰঞ্চ সন্তুষ্ট হল। ফুকনৰ কলেজত বহুব্যাপ্ত শিক্ষা নহল। ঘৰলৈ আহি বৰ উদ্যোগ আৰু শ্ৰম কৰি তেও পঢ়িলে। তাৰে পৰা বৰ উন্নতি লাভ কৰিলে। ইংৰাজী বঙ্গল। আৰু অসমীয়া তেওঁ বৰ ভালকৈ জানিছিল। তাক এই ভাষাৰে গ্ৰন্থ বচনা কৰিছিল। উৰ্দ, আৰু পাৰচীও অল্প জানিছিল। সংস্কৃত সহজ গ্ৰন্থ ভালকৈ বুজিছিল। তেওঁৰ পঢ়াত বৰ মন আছিল। সদাই পঢ়িছিল। অনেক সময় মানুহে সৈতে অল্প
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩১
অৱয়ব