আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীবন চবিত। শুই কিতাপ। সবাদ কাগজ পঢ়া। কেতিয়াবা তাকে কৰোতে অল্প নিদা বা তন্দ্ৰা হয়। ফুকন নাচেই বিলাসা নাছিল। সুখ স্বচ্ছন্দে থাকিলেই তেওঁৰ সন্তোষ আছিল। গুৱাহাটীৰ ঘৰ বিলাক জান্ন হৈ যোৱাত তেওঁ এতি নকৈ পকাঘৰ সজাবলৈ ইচ্ছা কৰি মৃত্যুৰ কিছুদিন পূবে ইট। ইত্যাদিৰ বদৰ কৰিছি। আগৰ পোৰ চোৱাৰীৰ ভেটিতে এটি ভাল পক। বৈঠকখানা কৰিবলৈ উদ্যোগ কৰিছিল। | তেওৰ চাৰিটা আলমাৰী নানাবিধ ইবাজ সংস্কৃত ইত্যাদি পুস্তকে পূৰ্ণ। এই সকল আৰু ঘৰৰ কান বস্তু বাহানি সকলে। বিলাক সদাই পৰিস্কাৰ পৰিচ্ছন্ন থাকে। তত তালপো মলি বন্ধ সব নোৱাৰে, এই পৰিস্কাৰ পৰিচ্ছাব প্ৰতি তেও নিজে বৰকৈ দৃষ্টি কৰিছিল। আৰু বস্তুবিলাক ঠাই সই সই গেছি: তে তেওঁৰ সকলো বস্তু সজোৱাত বৰ বিচ গাছ। ৩৪ ৰ সৰে বস্তু (শ্ৰেণীবদ্ধ আৰু সুবিধা মতে সন্ডিত আছি। ৪ ৰ হাৰ পূহ এ সমযহ ৩৬৯. টকাৰ আৰু মেজ মচিব। কোচ ইত্যাদি বস্তু ১১০০ টকাৰ আছিল। তেওঁ নিজে কপিৰ আৰু নিৰ সজাই গৈছল। তাক তক সময়ে সময়ে চাইছি.1। | চিঠি লেখা তেও ৰ এটি বৰ ৱ্য ক গছি। চিঠি অহা মানেই তাৰ উত্তৰ দিয়ে। তেও লৈ গনেকে চিঠি লেখিছিল। তবে কোনোৱে সমত আৰু কোনোৱে এনেই লেখিছিল। আইনাদি তব জমা কব। প্ৰভৃতি কৰ্ম্মতে তেওৰ সময় যায়। সকলে। চিঠি নিজে লেখিবলৈ তাৰসৰ নাপয এই কাৰণে মানব সময় মূৰ খুৰাওতে গান গান কবে তে শাক কেতিয়াবা গাৰ কৰোতে আনব হতুৱাই চিঠি লেখাইছি হাক নিজে ঢহি কৰি পঠাই দিছিল।। ফুকনে সামাজিকতা বৰ আদৰ কৰিছি। যাক যেনেকৈ সন্ত্ৰম কৰিব লাগে তাক তেনেকৈ কৰিছিল। সমাজ ও হুলস্থূল গাৰলৈ তেওৰ ইচ্ছা নাই এই কাৰণে তেও প্ৰাচীন নিয়ম যিমান পাৰিছিল তাক সকলো বিষয়তে চলাইছিল। আউনীআটিয়া গোসাইৰ তালৈ সাক্ষাৎ কৰিবলৈ যোৱাত তেও ৫ কলাপাত এখন বহিবলৈ দিছিল। তাতে তে বহিল। তেওৰ এই মত ছিল যে কোনো লোকৰ ঘৰলৈ যাব লগীয়া হলে, লোকে যিহকে ভাল পায় তাকে কব। কৰ্তব্য। তেওঁৰ লোক সমাজত ওলাবলৈ বৰ ইচ্ছ। ই। “তেও অসমীয়া লৰাৰ মিত্ৰ" আসমা। ভাষা বিষয়ক ৪ তাক “সদৰ আদালত নিষ্পতি" প্ৰচাৰ কৰি নিজ ব নাম নিদিলে গাইন ও ব্যবস্থা সংগ্ৰহ গ্ৰন্থ ২৭
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৯
অৱয়ব