সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৌমাৰ ভ্ৰমণ। বিশ্বনাথৰ প্ৰায় ইপাৰে ব্ৰহ্মপুত্ৰৰ পৰা ওলাই এই জিলাখন দুভাগ কৰি গুৱাহাটীৰ ১৬ মাইল মান ওপৰে আকৌ ব্ৰহ্মপুত্ৰতে পৰিছে। কলঙ্গ ব্ৰহ্মপুণৰ এটি শাখা নদী মাত্ৰ। যি ঠাইত ব্ৰহ্মপুত্ৰৰ পৰা কলঙ্গ পৃথক হৈছে তাক আবিকাটিমুখ বলে, আৰু যত আকৌ ব্ৰহ্মপুণেৰে লগ এগিছে তাক কাজলামুখ বোলে। এতিয়াৰ নগাঁও জিলাৰ অধিকাংশ, পূৰ্বে কাছাবা আ জযdাৰ অধীন ছিল। পাছে আহোম ৰজাই ক্ৰমে সিহঁতৰ হাতৰ পৰা লৈ কৰ তাহা কৰিলে। অনেক দিন আহোম, কছাবা, জয়ন্তীয়াৰে --ৰাজ্যৰ নিমিত্তে বিৰাৰ হৈ আছিল। শঙ্কৰদেৱে নিজ জন্মভূমি আৰু শিশু লিৰি ঠাই বৰদোৱাৰ পৰা পলাই উত্তৰ পাৰে গল। আহোম ৰাজত্ব স্থিৰ হোৱাত কলিয়াবৰৰ পৰা মানুহ আনি এহেজাৰ পাইকেৰে শৃঙ্খলাৰূপে নগাও পতা হল। সেই পাইৰ ওপব ৩ উপযুক্ত বিষয় নিযুক্ত আছিল। কলিয়া-বতে। এহেজাৰ পাইক। ইহঁতক খবঙ্গ। বোলে। নগাঁওত থকা যি মানুহৰ কলিয়াবৰত ভেটি আক শ নাই, ৩াক প্ৰকতে না বুলি লোকে স্বীকাৰ কৰিব নোখোজে। | ফলিতাৰ্থে কছাৰী জয়ন্তীয়া মিকিৰ প্ৰভৃতিৰ আক্ৰমণ নিবাৰণ কৰিবলৈ নখান গাঁওত সেই এহেজাব পাইক পতা হয। কলব দুই ও কাষে এই বোৰ গাঁও, ইয়াৰ দুইও কাষে দুটা তালি। ঘৰৰ পৰিয বুজি পথালিযে আলিৰ দাতিত বেঁও জুখি মাটি দিয়া হৈছিল। দীঘে যি যিমান পাৰে সিমান লব পাৰিছিল। ক্ৰমে কাবে। পৰিয়াল সৰহ হোৱাত মানুহ ঠাইযে ঠাইযে গল। এই নগাঁও জিলাতে প্ৰায় লুইতৰ দাতিত সাতগাঁও আৰু আঠগাঁও নামে দুখান গাও আছে। তাতে পাইকৰ দুখেল আছিল। এনে কঠিন শাসনেবে এই নাও পা হৈছিল যে প্ৰতিদিনে মানুহে পতি বাহঁৰ মুঢ়া বা তামোলৰ পুলি বা আন কোনো গছ কেই- জোপ মান ৰুব লাগে; তিৰুতা জনীযে কেইটামান সুত গাই কাটিব লাগে— টেকেলাই গৈ প্ৰতিদিনে এই কায্য চায়। তাকে নকৰিলে মুনিহ কি তিৰুতই দণ্ড পাইছিল। সেই কাৰণে নগাঁৱৰ গাওবোৰ শৃঙ্খলাবদ্ধ। এই গাওত চাৰি ঘৰ ব্ৰাহ্মণ আৰু কঢ়াল বাখৰ প্ৰভৃতি নঘব শৃদিৰ মানুহ প্ৰধান আছিল। নগাঁও পতাৰ পাছত খাগৰীজানৰ ভাটিয়ে ৰহলৈকে পাইকৰ খেল বুলি আন গাও পতা হৈছিল। ইয়াতত সেই নিয়মেই মানুহৰ ঘৰ আৰু মাটি। চামগুৰি খুটাৰ কাণৰে পৰা ৰহলৈকে বাটৰুৱা মানুহে কলঙ্গৰ দুয়ো পাবে জাপী নোলাৱাকৈ মানুহৰ পদূলীৰ আগেদি যাব পাৰিছিল। সেই নিয়ম এতিয়াও বৰ ব্যতিক্ৰম।