পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৌমাৰ ভ্ৰমণ। ১৯১ অন্তৰ্গত কৰতোয়া নদীৰ পৰা স্বৰ্ণকোষ নদী পশ্যন্ত ৰত্নপীঠ। স্বৰ্ণকোষ নদী কেঁচবেহাৰৰ পূৰ্ব আৰু গোৱালপাড়ৰ পশ্চিম সীমা। স্বৰ্ণকোষৰ পৰা ৰূপীকা নদী পৰ্যন্ত কামপীঠ; এই ৰুপীক' এতিযৰ নগাও (অগিব খাগবিভান ) জিলাৰ ৰূপহী নদী। কোন কোন লোকে কামৰূপ জিলাৰ উত্তৰ পাডব পূববসীমা আৰু দৰঙ্গ জিলাৰ পশ্চিম সীমা বড় নদীকে। এই ৰূপাকা বুলি কয। ৰূপকাৰ পৰা ভৈৰবী নদী পৰ্যন্ত স্বৰ্ণপীঠ এই ভৈৰবী তেজপুৰৰ গলপ উজাৰ ভডলু নদী। ভৈৰবীৰ পবা দিকৰবাসিনী পয্যন্ত সৌমাৰ পাঠ। দিবাসিনী লক্ষিমপুৰ বা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত শদীয়াৰ ওচৰত দেবি স্থান। দিবৰ আধুনিক নাম দিকই বা দিকৰঙ্গ নদী। এই সৌমাৰ পীঠেই এতিয়াৰ প্ৰয উজনীখণ্ড বা ওপৰ অসম। স্বৰ্ণপীঠেই মধ্য আসাম আৰু কামৰ্পীঠেই নিম্ন আসাম। এই ৰাজ্যই মহাপুৰুষ (গুৰু ) শঙ্কৰদেৱ আৰু মাধৱদেৱ আৰু তেওঁ বিণাকব শিষ্য সকলৰ লীলা। বা ধৰ্ম প্ৰচাৰৰ স্থান। এ৷৷ শঙ্কৰদেৱৰ জন্মস্থান বড়দোৱাত, ধৱদেৱব কুণ্ডকাত, এই কুওকা দৰঙ্গৰ কোনো অঞ্চত বুলি অনুমান হয়। ইয়াৰ আধুনিক নামব। পৰিচয় পোৱা অতি কঠিন। এওঁবিলাকৰ জন্ম আৰু আদি লালা স্বৰ্ণপীঠত। উজনীৰ বেলগুড়িত এওঁবিলাকব মধ্যলালা। এই বোগুডি সৌমাৰ পীঠত। পাটবাউসী, বড়পেটা, সুন্দৰিদিযা গণক কুছিত দুজন গুৰৰ শেষ লীলা। এই সকল স্থান (থান) কামপীঠত। মহাপৃষীয় ধৰ্ম্মৰ লোক সকলৰ মতে তিনি খানি ৰাজ্যত দুজন গুৰুৰ লীলা অৰ্থাৎ উজনা (সীমাব) কামৰূপ আৰু কোচবিহাৰ এই তিনি ৰাজ্যত তিনিখানি ধৰ্ম্মৰ নগৰ। “বেহাবে মধুপুৰ, কামৰূপে বড়পেটা উজনীত কমলাবাডী।” এই দেশৰ উত্তৰত হিমালয় পৰ্বত শ্ৰেণী। ইয়াৰ নামনিৰ পৰত বোৰত ভোট ডফলা, অক। অবিৰ মিচিমি চিংফৌ প্ৰভৃতি পবতীয অসভ্য জাতি বিলাক থাকে। ইয়াৰ দক্ষিণে নগা, খাশিয়া, গাড়ো পৰ্বত বিলাক ইযাত নগা, খাশিয়া, গাড়ো প্ৰভৃতি পৰ্ব তীবা লোকবিলাক বাস কৰে। হিমালয়ৰ উত্তৰৰ মানস সবোবৰত ব্ৰহ্মপুত্ৰ নৈৰ উৎপত্তি। ই প্ৰথমে পূৰ্ববাহিনী আৰু পাছে পশ্চিম বাহিনী হৈ অসম দেশক উত্তৰ কুল আৰু দক্ষিণ কুল (বা পাড়) দুভাগ কবি, সেই সৰোবৰৰ দাঁতিতে উৎপত্তি হই নামি অহা গঙ্গা নইবে সইতে বঙ্গদেশৰ ঢাকা জিলাত অনেক দুৰৈৰ পাছত লগ লাগিছে। এইৰূপে (যেন) দুটী ভাইভনী। লগলাগি হাতত ধৰাধৰি কৈ মহা আনন্দে দুইকো দুইএ উৎপত্তিৰ পাছৰ ঘটনা