পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। ১৮৭ তালেখ, একোৰে অভাৱ নাই; এতেকে তেওঁৰ ভাৰ্যাক সুখেৰে ৰখা একো টান কথা নহয়। তাতে ভদ্ৰলোকজনাই উত্তৰ কৰিলে যে সেই কথা সঁচা; কিন্তু ধন সম্পত্তি অনিত্য, দেশব বিভ্ৰাট হৈ কেতিযা নাশ পায, তাৰ একো নিশ্চয নাই; এতেকে দুখত প্ৰবৰ্ত্তিবৰ কাৰণে এটা হাতৰ বিদ্যা নিশিকিলে সেই ছোৱালী পাবলৈ তেওঁ আশা কৰিব নোৱাবে। যুৰা তওব জযেকক বিয়া কৰিবলৈ ইমান। ব্যস্ত হৈছিল যে, তেনে কোনো এক বিদ্যা শিকিবৰ কাৰণে তেও ছমাহ কাল খুজি কলে, বোলে সেই কালৰ ভিতৰত তেওঁ অবশ্যে কৃতকানা হব। তাতে বুঢ়া ভদ্ৰলোকে সন্তোষ পাই মান্তি হল। ডেকাই বিদায লৈ ঘৰলৈ গল। ছমাহৰ মুৰত ডেকা উলটি আহি পৰীক্ষাৰ দ্বাৰা দেখালে সে, তেও পাচি- সজা বিদ্যাত বৰ পাৰ্গত হৈছে; তাতে সেই ভদ্ৰলোকে বৰ ৰঙ্গেৰে জীয়েকক তেওঁলৈ বিয়া দিলে। তাৰ কিছু কালৰ পাচত বাজ্যৰ বিভ্ৰাট হৈ সেই ডেকাৰ আৰু তেওৰ শহুবেকৰ সকলো ধন-সম্পত্তি হেৰাল, অনি কি? উপজীব্যব উপায়েই নাইকিয়া হল। তেতিয়া সেই যুৰাই পাচি-খৰাহি সাজি বেচিবলৈ ধৰিলে আৰু তেওঁৰ পাটি অনিতকৈ ভাল হোৱা হেতু সেই কাৰ্যব পবা বব লাভ হৈছিল আৰু তেওঁ তাৰ দ্বাৰাযে নিজৰ আৰু শহুৰেকৰ, দুইবে। পবিযালব উপজীব্য চলাই- ছিল। এইৰূপে তেওঁ বুঢ়া হৈ কলিৰ হাতত প্ৰাণ নোধোৱালৈকে দুযোঘব মানুহক প্ৰতিপাল কৰি আছিল। পচি সজা বিদ্যা না হলে তেওঁৰ যি গতি। হলহেঁতেন, তাক অনায়াসে বুজিব পাৰি। এতেকে হাব বিদ্যা যে মানুহৰ বব প্ৰযোজনীয, তাত সশয় নাই। অঙ্গ পৰিচালনা। (Physical exercise). | যাৰ গা নিৰ্বৰল আৰু ৰুগীয়া, তাৰ কোনো সুখ নাই, আৰু জীৱনেই সাৰ্থক, ইয়াক সকলোৱেই জানে; এতেকে শৰীৰ যেন সৰল আৰু নিৰোগী হয়, এইটো সকলোবে বাঞ্চা; কিন্তু কি প্ৰকাৰে সেয়ে হব পাৰে, আমাৰ দেশৰ সহৰ ভাগ মানুহে তাক গমি নেচায়, আৰু নেজানে। শৰীব বলিষ্ঠ কৰিবব ঘাই উপায় শাৰীৰিক পৰিশ্ৰম। সেই পৰিশ্ৰম নকৰা মানুহৰ গা আটিল নহয়, সি কেতিয়াও