কথাৰ ওপৰত নিৰ্ভৰ দি ঘটনাৰ কাৰ্জ্য কাৰণ অনুসন্ধানৰ পৰা পৰাংমুখ থকা
তিমান জুক্তিসিদ্ধ বোধ নহই। জি হেতুকে লেকে জি কৰ্ম্ম কৰে তাৰ পৰা
কাৰণ উৎপত্তি হয়। পাচে সেই কাৰ্জ্য কাৰনৰ উতপন্ন হোআ ফল কোতিয়া বা
সুভ আৰু কেতিয়াবা অসুভ হয, পৰিসেসে সেই সুভাসুভ ঘটনাৰ সুক্ষ্ম
কাৰণ অনুসন্ধান কৰিবলৈ ধৰিলে সেস পক্ষে কেৱল জ্ঞান, আৰু অজ্ঞানকেইহে লগপোবা জাই। [ উপমা ]পুবে জেতিযা লোক সকলে এই কালৰ
নিচিনা ডাঙ্গৰ নাও সাজিব নেজানিচিল, তেতিযা ত্ৰিন, কাঠ, ঘাহ, বাঁহ
ইত্যাদি ওপঙ্গা দ্ৰব্যৰ ভুৰ প্ৰস্তুত কৰি নৈৰ ইপাৰ সিপাৰ হৈচিল। কিন্তু
তেতিযা কতবা অসুখ সজ্য কবিবলৈ বাধ্য হৈচিল আক কতইবা বিসাদ সজ্য
কৰিবলৈ আৱস্যক হৈচিল, তাৰ সিমা নাইকিচিল।
তাৰ পচে লোকে ক্ৰমে ক্ৰমে দ্ৰব্যৰ গুণ বুজি বুজি জ্ঞানৰ চালনা কৰি একে ডোখৰ কাঠকে চৰাইৰ নিচিনাকৈ খুলি খুলি ও প্ৰস্তুত কৰিবলৈ সিকি পুৰাপেক্ষাই নিৰাপদ হোআ ভাবি, তাতেই হৰ্স লাভ কৰিচিল। তাৰ পাচে তেনে এডোখৰ কাঠকে কৰতেৰে ফালি ফালি পাটেৰে বানিজ্যৰ ব্ৰিহত নাও সাজি ততোধিক হৰ্স লাভ কৰিচিল। এতিয়া সেই বিসাদৰ হাত এৰাবৰ উপাই আলোচনা কৰি কবি লোৰ পাটেৰে আৰু ভাপব বলেবে চলা নাও প্ৰস্তুত কৰি পানিক পৰাভৰ দি অতি বেগেৰে দেস দেসান্তবলৈ গতাযাত কবি দেসৰ অভাব দুব কৰিব লাগিছে। সেইৰুপে পূৰ্ব্বে মানুহে ই গাঁৱৰ পৰা সি গাঁৱলৈ বাত্ৰা পঠাব লাগিলে এজন অতি বিস্বাসি বন্ধুৰ আগত আপোনাৰ গোপন অভিপ্ৰাই সকল প্ৰকাস কৰি পঠাইচিল। পাচে সেই লোকে মনত ৰাখিব পৰা খনি কথা গাৱৰ লোকতকৈ কাজ্য সাধন কৰিচিল। বিবেচনা কৰা আৱস্যক জে এই দৰে সম্বাদ গতাযাত হোআত কিমান অসুখ সহিবলৈ আৱশ্যক হৈচিল! এতিযা সেই সকল সুখৰ হাত এৰাবৰ উপাই চিন্তোতে চিন্তোতে ঘোঁৰাৰ ডাক, গৰিৰ ডাক, নাৱৰ ডাক, বিজুলিৰ ডাক পৰ্জ্যন্ত কৰি সেই অসুখৰ হাত এৰাই জথা সম্ভবে শান্তি লাভ কৰিচে। এতেকে জানিব পাৰি জে এই সুবিধা বিচাৰাকেই জ্ঞান বোলা জাই, আৰু সুবিধা নিবিচাৰি অসুখ সহন কৰি থকাকেই অজ্ঞান বোলা জাই। জেনেকৈ পশুপক্ষি সকলে স্বভাব সিদ্ধৰ অতিৰিক্ত বুদ্ধি ব্ৰিত্তিক পৰিচালনা কৰিব নোআৰা হেতুকে পুৰ্ব্বৰ পৰা এতিয়ালৈকে সেই একেমত সুখদুখৰ অধিন হৈ থাকিবলৈ বাধ্য হৈছে।১৯