পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

B!R A cc + 1 নিবিৰাম ফেয়াৰভবেল হিন্দুস্থানৰ বুৰঞ্জি। | Ilistory of Ilindustan,—I'rom the big Dorson. গজনিৰ বাদসা মহমদৰ দোকাবাই জই কৰাৰ পৰা মচলমান লোকৰ ৰাজ্য নষ্ট কৰি ইণ্ডিযবিলাকৰ বজ্য থাপন হোলৈকে হিন্দুস্থানৰ বুৰঞ্জি ইয়াত আৰু পাচতো লিখা জাব। জি নানা জাবিাকি সিংহাসনত বহিচি, সিবিলাকে ক্ৰমে ক্ৰমে হিন্দুস্থানৰ বহু দেশ জয ববিচিল , এই হেতুকে সিবিকাকে আক্ৰমন ব বৰ বিবৰণ ক্ৰমেৰে লিখে, তাৰু সিবিলাকৰ দোআৰাই জই কবা হোৱা প্ৰতি দেসৰ বিবৰণে সৈতে সেই সেই দেসব সিমা, আৰু জি কোনো কথাবে তাক বিসেস ৰূপে জনা জাই, তাকে। সখেপকৈ লিখিম। মচলমানব দোগাৰাই এই ভাৰতবৰ্স জই কৰাৰ ইতিহাস আমি মঢ7মানৰ ইতিহাস নিখকৰ দোকাবাই জানিচে।। | Invasion of Sabulk tign জি জন পবা ঐমি জযজুক্ত মানুহে প্ৰথমে ভাবতবসত আপোনাৰ বাজ্য থাপন কৰিলে, তেৱে গজনিৰ বদস্য। মহমদ। সেই গজনি নগৰ সিন্ধু নদিৰ পটিম সিমাতে দিলিব উতৰ পঢ়ি সিমাৰ পৰা 'হে স কোচৰ অন্তৰত গাপন কৰা হৈচি। মহমদৰ বাপেৰ ঢবুগিন বাদস্য অতি সাহিয়া মানুহ অচি, তেঁৱে ভাৰতবসক বেলি এ বেলি এ আক্ৰমন কৰিচিল। দেস লুটিবলৈ তেওঁব প্ৰধান ইচ। হোআত কেৱল সিন্ধু নদিৰ পৰা অলপ দুৰলৈহে লুট কৰিব পাৰিলে। তেওঁৰ পুত্ৰ অৰ্থাত তেওঁৰ সিংহাসনৰ অধিকাৰি জি মহমদ, তেওঁৰ বুৰঞ্জি পুবব ইতিহাস পবা লিখিবলৈ বৰ দুখৰ কাৰণ হব; কিযনো এই জি উতম মহাদেস ভাবতবস বহুকালৰ পৰা কোনো জুধ বগাৰ নোহোআকৈ আচিল, সেযে এই নিদা বজাৰ