পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৰাৰ মিত্ৰ। ১১৩ কৰাই হিন্দুৰ ৰঙ্গ৷ চন্দন, বলিৰ ৰক্ত ইত্যাদিৰে ফোট দি নিৰ্মাল্য প্ৰসাদ লোআই কিছু দুৰ্গতি কৰাত মোযামৰ৷ মহন্তে সকলোতকৈ পেটে মৰণ তুল্য মানি ললে। এয়েই মোঅমৰিয়া উপদ্ৰৱৰ খাই হেতু। এই দুৰ্গতিৰ প্ৰতিকাৰ কৰিবলৈ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত পুৰুসাৰ্থ। কৰিচিল, কিন্তু নোৱাৰিলে সেসত লখ মিসিংহ সৰ্গদেৱৰ দিনত ১৭১৭ সকৰ আঘোত মোআমৰিষাৰ খোৰা আৰু ৰাঘ মন দুযেই মুখ্য হৈ খোৰা মৰাণৰ ঘৈনিযেকক ৰাধাৰুকুনি নাম দি তাযে সৈতে বব জনা গোহাইদেৱক আগত লৈ সকলো মোআমৰিযাই গোট খাই সৰ্গদেৱক ৰজা ভাঙ্গি বন্দি কৰি থৈ সিহতবে খোৰাৰ পুতেক ৰমাকান্তক ৰজা পাতিলে। পাচে সৰ্গদেৱে সকলোৰে আলচি সেই সকৰে চতৰ বিহুত বাঘ খোৰা আৰু মাকান্তক মাৰি নগৰ ললে।। লখমিসিংহ সৰ্গদেও মিত্যু হলত তেওৰ পুত্ৰ গৌৰিনাথ সিংহ ৰজা হল। এওঁৰ দিনতে পুৰ্ব সক মোআমৰিযই আক ও ১৭০৯ সকৰ মাঘ মাহত ৰণ কৰি ৰঙ্গপুৰ নগৰত ভৰণি মৰানক ৰজা পাতিলে। তাতে সৰ্গদেও নগদ ও গুহাটি- লৈকে ভাগি আহি শ্ৰীযুত কম্পানি বাহাদুৰত সহাই খোজাত কাপ্তান ওলিচ চাহাবে সৈন্য লৈ আহি মোআমোৰিক জিনি সৰ্গদেৱক ৰাজধানিত গৈ গল। এই মোআমোৰিাৰ উপদ্ৰৱত এই দেসৰ অসংখ্যা মানুহ নষ্ট হল, আৰু তেতিয়াৰে পৰা অচম দেস জন সুন্য অৰণ্যৰ নিচিনা; আৰু ৰজাও দুৰ্বলি আৰু নিধনি হল। কিন্তু মোআমৰিয়াৰ উপদ্ৰৱত দেস গোটেই নষ্ট হোৱা নাচিল কিযনো পুৰ্ণানন্দ বুৰাগগাহাই ডাঙ্গৰিযাই ভগাদেস ভাল কৰিবলৈ অনেক জহন কৰি প্ৰজাক সুখী। কৰিলে। পাচে মানৰ বিগ্ৰহতহে একেবেলি এই নষ্ট হল, আৰু ৰজা প্ৰজা উপান্ত হৈ অৱসেসত অচম ৰজাৰ ৰাজ্য শাসন ভ্ৰষ্ট হল। গৌৰিনাথ সিংহ ৰজা পৰলোক হলত কমলেস্বৰসিংহ ৰজা হল। তেওঁ মিত্যু হলত চন্দ্ৰকান্ত সিংহ ১০১০ সকত ৬ মাঘত ৰাজ্য পালে। কুকুৰাচোআ বৰা ভুতৰ পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল হৈ নানা কুমন্ত্ৰণাদি কেতবোৰ মানুহে সৈতে গোট খাই ১৮১৪ সঁকত ৰাজ মন্ত্ৰি পুৰ্ণানন্দ বুৰ গোহাঁইক মাৰিবলৈ মন্ত্ৰনা কৰিলত ডাঙ্গৰিষাই বুজ পাই, কুমন্ত্ৰনা কৰা বিলাকক কাটি, চকু কাহি, কান কাটি, দণ্ড বন্ধ কৰিলে। তেতিয়াৰে পৰা ৰজা আৰু মন্ত্ৰি দুইবো পেটে বিৰোধ হৈ ৰজাৰ ফলিয়া মানুহক মন্ত্ৰিএ, আৰু মন্ত্ৰিৰ ফলিয়াক ৰজাই নষ্ট কৰিব ধৰিলে। পাচে গুআহটিৰ বদন চন্দ্ৰ বৰ ফুকননা ৰজাৰ ফলিয়া বুলি সঙ্কা কৰি, বুৰ গোহাঁয়ে তেওঁক ধৰিবলৈ ১৫