অসমীয়া সাহিত্যৰ চানেকি।। অসভ্য, তাৰ মানুহবোৰে নানদৰে পহু, চৰাই, মাচ ইত্যাদি ধবি তাকে খাই জিৱন ধাৰণ কৰে। সিহঁতে খেতি কৰিব নেজানে, সিহতৰ ঘৰবোৰ পাৰ নিচিনা মাটি, বঁ, গচৰ চাল ইত্যাদিৰে সাজে, থাকিবলৈ অতি অসুখ। সিহতৰ। অনেকে নাঙ্গট হৈ ফুবে, সুখকৈ থাকিব পৰা ঘৰ সাজিবলৈ আৰু লবলৈ কাপৰ বববব বুদ্ধি নেজানে, অক বান্ধিবলৈকো ভালকৈ ভু নেপাই। সিহঁতৰ পহিবৰ পুগি নাই আৰু সেই নিমিতে গিয়ান আৰু দুষ্ট। প্ৰিথিবিৰ ভালেমান ঠাইতে এই অসভ্য মানুহবিলাক থাকে। উতৰ আমেৰিকাৰ পচিম খণ্ড, দখিন আমেৰিকাৰ দখিন খণ্ড, অচিয়া কি আফ্ৰিকাৰ অনেক উপদিপ, অস্ট্ৰেলিয়া আৰু পলিনিচিয়া, আফ্ৰিকাৰ মধ্য দখিন আৰু পচিম খণ্ড, অৰু আচিয়াৰ ঠায়ে ঠায়ে এই অসভ্য জাতি মানুহ বাস কৰে। এই বোৰ অসভ্য জাতিকে গিয়া কবি থকা অসভ্য জাতি বোলে, কিন্তু অৰু এবিধ আচে সিহতক ভ্ৰামক জাতি বোলে, অৰ্থাত সিহঁতৰ ঘৰচিয়া একো জাক পহু অচে; সেইবোৰক লৈ এঠাইৰ পৰা অনঠাইলৈ ফুৰি থাকে, কোনো ঠাইত গিতিহৈ নেথাকে। সিহতৰ ঘৰবোৰ কাপৰৰ বা চালব, আৰু তাক লৰাই নিব পাৰি, সিহতে ৰান্ধিবলৈ আৰু কাপৰ ববলৈকো জানে। অচিয়া খণ্ডৰ অনেক দেসৰ মানুহেই এনে অসভ্য অৱস্থাত অচে। আৰব দেশৰ কেতবোৰ তাতাৰ দেস আৰু তিত দেসৰ মানুহে এনেকৈ থাকে, আৰু আফ্ৰিকাতে চে; জিবোৰ মানুহ নগৰত থাকে ভাল ঘৰ সাজিব পাৰে, আৰু পিন্ধিবলৈ চিকন কপিৰ বব জানে, বান্ধিবলৈ ভূ পাই আৰু পুথি লিখে আৰু পহে, সিহঁতকে সভ্যলোক বোলে। সভ্য দেসত মানুহে জাহাজত কৰি এক দেসৰ বস্তু অনি দেসলৈ নিএ ইয়াকে বানিজ্য বোলে অকি সভ্যলোকবোৰ বৰ সুখি। গোটেই ইউৰোপ, আমেৰিকাৰ ভালেখিনি ঠাই, আৰু আচিয়াৰ দখিন, আফিকাৰ উতৰৰ মানুহবোৰ সত্য। কিন্তু সকলো দেসৰে সভ্যতা সনান নহই। চিন আৰু জাপান দেশৰ মানুহে ঘৰ সাজিব জানে আৰু সিল্প বিদ্যাত বৰপাৰ্গত, কিন্তু সিহত ইংৰাজ, ফাকিবিলাকৰ দৰে বিদ্যা আৰু বুধিত নহই, আৰু জানিব। জে আদ খিনি সভ্য দেসে আচে। আমাৰ অসম দেস ইংৰাজৰ দেসতকৈ সভ্যতাত ভালেমান কমি, কিয়নো অসম দেসব লোকে মানুহ আকাশলৈ উঠা আৰু ভাপেৰে জাহাজ চলোআ কথা কৰিব নেলাগে, কেতিয়াবা সমাজিকতো দেখিছিল নে? অ, ল, ম।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৮
অৱয়ব