পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

pK4, নবাব মিত্ৰ। এই ১১। Bp পৰিমৰ ফল। lerseverame( lievrded. ', ' , পৰিশম সকলো সদ গুনৰ মুল, মহত গুন সকলো আলোচনা নকৰিলে গুচে। কোনো মানুহ বৰ বুদ্ধিমন্ত হৈ ওপজাৰ নিমিতে জে কোনো বিদ্যাত বৰ পাৰ্গত হই এনে বুলি ভৰা মিচা, জেতিয়া তুমি কোনো পাৰ্গত মানুহক দেখা অেতিয়া তুমি তেওঁনো কেনেকৈ কাল ব্যয় কবিছে তাকে সুধিবা পাচে তুমি ৱসে জানিবা জে তেওঁৰ জীৱন প্ৰায় সমতে গৈচে। আমাক সকলোকে ইস্বৰে সমান বুধি দিয়া নাই হই; কেতবোৰ আনতকৈ অধিক বুধিমন্ত হৈ ওপজে কিম্বা জদি উপজিৰব পৰা নহই তেও কেনেবাকৈ বুধিমন্ত হই, কিন্তু তুমি নিশ্চই জানিবা জে ইসমে জেনে বুধি দিয়ক নিদিয়ক সম নকৰিলে তাৰ পৰা একো গুন হই। | এতেকে কোনো প্ৰসসনিয কনব নিমিতে সদাই পৰিত্ৰম কৰিবা, পৰিভ্ৰম কৰিলে সিধি নোহোগা কম নাই; প্ৰথমে জিটো কম অসাধ্য হেন ভবা সিও পৰিস্ৰমৰ দোআই সিধি হই। স্ৰম কৰিলে জে অসাধ্য কবমো হই আৰু স্বভাৱিক দোসকে। সোধন কৰিব পাবি তাৰ এক গচিৰিত দিস্টা তলত নিখ গল, সেই বিবৰণ সঁচা আৰু পুৰাত্ৰিত ইতিহাস সকলৰ পৰা উধিত কৰা গৈছে। | দুহেজাৰ মান বছৰ হল দিমনিট, নামে এজন সদ্বক্তা গ্ৰিকদেসব অগিনি নব ত আচিল। পুৰ্বকালৰ সদা সৰ্কল মধ্যত ও ক প্ৰধান বুলি গন্য কৰা জাই।। | তেওঁ সেই নগৰত কালিস্ৰাতচ নামে এজন সদ্বক্তাৰ বক্তিতা সক্তিৰ দোগাবাই মানুহ সকলৰ মাজত জি কৰ্তিত্ব আৰু মান সতকাৰ হৈচিল তাকে দেখি তেওঁ সদ্বক্তা হবলৈ বৰ উতসাহ পালে; সেই নিমিতে সকলো সুখকে এৰি পুৰু- সাৰ্থ কৰিব ধৰিলে আৰু কালিস্ৰাতচ জিমান দিন অগিনি নগৰত আঢিল তিমান দিন তেওঁৰ লগ নেৰি তেওঁৰ উপদেসৰ পৰা জিমান পাৰে তিমান সিকিলে। | প্ৰথমেই তেও লব। থাকেঁতে তেও ব সম্পতি ৰখ্যকৰ বিপখ্যে এক বক্তিতা কৰি সম্পতি ওভোতাই ললে, ইয়াতে উতসাহ পাই তেও পাচে লোক সকলৰ আগত বক্তিতা কৰিলে, কিন্তু তাত তেওঁৰ অসমহে হল।