পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৬২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮১
ভাগৱত ৰত্ন।

কৰ্ণৰো সুশ্ৰাব্য পূৰিবেক মনস্কাম।
লভিবা পৰমানন্দ সুখ অবিশ্ৰাম॥
জানি নিৰন্তৰে এড়িয়োক আন কাম।
আপোনাৰ মোক্ষ্য সাধি বোলা ৰাম ৰাম।

⸻⸻