পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫ ৫ মহাভাৰত--শল্যপৰ্ব। | যেন কোন জনে, মই পুনু মৃঢ় অৰ্থ ইতো গৃঢ়, যেন অমৃতৰ ভাণ্ড! কাক পা লাগি | নৰে সুবৰ্ণ কাও। ময়ে। সে হিনয়। জানিব নিশ্চয়, | নকৰিবা অসন্তোষ। মুখকি নিন্দিলে ব্ৰাহ্মণব ঠাই কৃষ্ণৰ চবণে কিছু ফল নাই, অমৃত সমান দোষ। জন্ম আছো পাই, সংস্কাৰে ভৈলো দ্বিজ। ভকতি নুপজে, এৰিলো স্বধৰ্ম্ম নিজ॥ | ভকত ৰঞ্জন, তুমি সে জগন্নিবাস। | সঙ্গত আমাৰ, ৰহোক দৃঢ় বিশ্বাস। শুনা নিশবদ, কথা ইটো বিদ গদ। নমো নিৰঞ্জন তযু বৈষ্ণব জানি সভাসদ | থাকি বিৰচিলো, তাহন ৰাজ্যত শল্য নৃপতিৰ বধ। বিপ্ৰ দামোদৰ আপুনিও তৰা | কহে নিৰন্তৰ, | চিত্ত সাবধান কৰি। | পুৰুষ উদ্ধ, ডাকি বোলা হৰি হৰি।