পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দামোদৰ দ্বিজ। জয় জনাৰ্দন | পুতনা শোষণ নমো হৃষিকেশ। বিপ্ৰদামোদৰ যত লোক চয়। মহাভাৰত—শল্যপৰ্ব। দুলড়ী। পুৰুষ পুৰাণ, ভক্ত জন ভয়হাৰী। অঘ বিনাশন, | প্ৰণামমা দেৱ মূৰাৰি। তব পদে দাস, | তোমাক কৰি প্ৰণতি। | কৰি মহাকেলি, কৌতুহলে নিগদতি। | দ্বিগজ পৰায়, | নাপায়। ইহাৰ মৰ্ম্ম। পদনিবন্ধিলে। মহন্তৰ ক্ষমা ধৰ্ম্ম॥ | নুবুলিব মন্দ মই অধমক প্ৰতি। | শুনা সৱে প্ৰাণী, | হৰি পদে দিয়া মতি। | শুনা মহাশয়, ধৃতৰাষ্ট্ৰ নৰেশ্বৰ। ভৈলা ঘোৰ ৰণ, যথা দেৱ অসুৰৰ জানি বা নাজানি জানি সভাসদ কৃষ্ণ কথা জানি। বদতি সঞ্জয় কুৰু-পাণ্ডৱৰ