এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫ ও অসমীয়া সাহিত্যৰ চানেকি। প্ৰথমতে ঘোৰ লাগিল। সমৰ, ধূলাময় অন্ধকাৰ। বাহুতে বাহুতে | মাহুতে মাহুতে, ৰণ ভৈলা পৰম্পৰ। মাহুত সকলে হস্তীক প্ৰহাৰে, কুস্থলে বৰ টানে। দুৰ্দোৰ আতাস পাবি খেদি যাই, মেঘব যেন গৰ্জনে॥ হানে ভয়ঙ্কৰ, শকতি তোমৰ | অন্যে। অন্যে বীৰ গণে। | প্ৰাণে হুয়া হত, দুঃসহ ক্ৰোধ চলয় যম সদনে। হস্তীক হস্তীয়ে দশন প্ৰহাৰে, ঘোটকে ঘোটকে বথীক ৰথীয়ে বেঢ়ি। কামোৰা কামুৰি, পৰি মৰে জৰাজৰি॥ ৰথাৰ ৰথক। যতেক ঘোটক, নাৰাচ তোমৰ হানে। একক অলেকে, ধনুকী ধনুকী। পঠাৱে যম কৰলে। কুৰু পাণ্ডুদল কৰে হুলস্থুল, মাৰ মাৰ তোল তোল। হুয়া একত্তৰ, দুই খান সাগৰ | ৰণৰ যেন আন্দোল। অসংখ্যাত হয়। | বেগে খেদি যাই, | চামৰে শোভিত আতি। পাঞ্জৰত যেন, হেমন্ত গিৰিৰ হংস চৰে পান্তি পান্তি।