________________
৫০২ অসমীয়া সাহিত্যৰ ঢানেকি। ইতো নৱবিধ মহাগুহ, মহন্ত সবৰে। মহাপূজা, ইহাকে জানিয়া বহ ভকতি পাৰে। সন্তৰ কৃপাক অনুসৰি, তাসম্বাব পদধূলি ধৰি, পৰম আনন্দে মিশ্ৰ কবিৰতে গাৱে। শৰণ।। চবি। অৰ্জুনৰ আগে হবি, কহিলন্ত নিষ্ট কৰি, মমত তুমি সখি দিয়া মন। হুয়েক আমাৰ ভক্ত, | মোক পূজা হাবিৰত, গন্ধ পুষ্পে কৰিয়া মতন। কৰা মোক নমস্কাৰ, | সত্যে কৰো হাঙ্গীকাৰ, | তুমি মোৰ লভিবা স্বৰূপ। তুমি মোৰ প্ৰাণ বন্ধু, | তৰ। ইতে। ভবসিন্ধু, পুনু নলভিক ভলকূপ। তাতে কৰি গুহ্যতম, পুনু কহেঁ৷ নিৰুপম, আক তুমি শুনা সাৱধানে। তুমি বিনা নাহি তান, মোৰ বিশ্বাসৰ গান, তাক সত্য বুলি গুণ। মনে। সৰ্ব ধৰ্ম্ম পৰিহৰি, একান্ত বিশ্বাস কৰি, এক দেৱ মঞি* মেক মানি। অমিত শৰণ লৈয়ো, শোক মোহ দূৰে থৈয়য়া, তযু পাপ কৰিবোঁহেঁ হানি॥ গুণময় মায়া মোৰ, জ্ঞানক কৰিবে চোৰ, যাতে মোৰ শকতি হোৱয়। আমাত শৰণ যিটো, লয়ে মায়া তৰে সিতো, আনে তৰিবাক নপিৰয়।