পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

গোপাল মিশ্ৰ। –০০:০০– জন্মদ্যস্য শ্লোকৰ কীৰ্ত্তন। চবি। ঘোষা। জয় কৃষ্ণ নমো জনাৰ্দন ভকত বৎসল বাম। তযু পাদপদ্মে শৰণ পশিলে। পৃৰিয়ে মনৰ কাম॥ পদ। ব্যাস মহা ঋষি, | প্ৰৱন্ধ কৰিয়া, বৰ্ণাইল। পুবাণ চায়। *পু নানা শাস্ত্ৰ, বৰ্ণাইল। তথাপি, ভৈলেক তান সংশয়॥ আপুনাক ব্যাসে, আপুনি দুষিলা, | নভৈলা চিত্ত সন্তোষ। সেহি সময়ত, নাৰদ সিলা, | বীণাত কবিয়া প্ৰো। তাঙ্ক প্ৰবোধিয়া, উপদেশ দিল, ভকতি মাত্ৰ দেখাই। ব্যাস পাইল বোধ, ভৈল চিত্ত শোধ, | কৃষ্ণৰ ভকতি পাই। তান উপদেশ, ভাগৱত শাস্ত্ৰ, | ' কৰিতে ব্যাসে আৰম্ভ। হৰিৰ চৰণ, পাতিলন্ত পূৰ্ণ কুম্ভ। ব্যাস মহাঋষি, নাৰদত হন্তে, | পাইলা উপদেশ সাৰ। শিষ্যে সমে বসি, পৰম আনন্দে, কৰিলা ব্ৰহ্মবিচাৰ। | মঙ্গল আচৰি,