________________
৩১৬ অসমীয়া সাহিত্যব চানেকি। এহি বুলি মৌন ভৈলা গঙ্গাব নন্দন। সেহি সময়ত আসিলেক বৈদ্যগণ। নানাবিধ মন্ত্ৰ জালে ঔষধ লগত। বিসল্যকবণী কবে ভীষ্মৰ গাৱত। হেন শুনি ভীষ্ম বোলে শুনা বৈদ্যগণ। বীব শয়নত মই কৰিলে। শয়ন॥ আব ইচ্ছা নাই মোব প্ৰাণ ধবিবাক। ইহাতে থাকিবো যেবে নোহে উত্তবাৰ্ক॥ বাপু দুৰ্য্যোধন শুনা আমাৰ বচন। বব দুঃখ কবি আসিয়াছে বৈদ্যগণ। মনে ইচ্ছা কবি ধন পাইবো বহুতব। শৰ কাঢ়িবাক খোজে মোৰ শৰীৰব। অনুশোচ কিছু আৰ নকবা আমাক। ধন দিয়া অসম্বক জাপ্টে পঠায়োক। ভীমব বচন শুনি বাজা দুৰ্য্যোধন। তেতিক্ষণে বৈদ্যক দিলেক বহুধন। ভীষ্মৰ বচন শুনিয়াছে যুধিষ্ঠিৰ। মহাশোকে কান্দে তান নসহে শৰীৰ। স্নেহে প্ৰবোধন্ত যে বিট বৃকোদৰ। দেখিয়া মাধৱ গৈয়া চাপিলা ওচৰ। মধুৰ বচনে পাছে দেৱ নাৰায়ণ। যুদ্ধিষ্ঠিৰ নৃপতিক বুলিলা বচন। শুনা শুনা দাদা মোৰ বচন নিশ্চয়। আজি ৰণে অব্যাহতে লভিল। বিজয়॥ ত্ৰিভুবন বিজয় প্ৰচণ্ড বলিয়াৰ। ধন সম আৰ নুহিকে তোমাৰ। আৰ শঙ্কা নাহিকে জানিবা ৰিপুগণ। আজিসে জানিবা মোৰ ৰঙ্গ ভৈলা মন। হেন শুনি যুধিষ্ঠিৰ বুলিলা বচন। পৰাজয় বিজয়ৰ তুমিসে কাৰণ।