পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪
অসমীয়া সাহিত্যৰ চানেকি।

তাৰ কৰি কাল,
জীয়ায়া তৎকাল,
সঙ্গে শিশুগণ,
অন্ন ব্যঞ্জন,
গোৰক্ষ দামুৰি,
থৈয়া ঢাকি ঘুৰি,
বৎস বৎসপাল,
আপোনি গোপাল,
অনেক বিভূতি,
দেখিয়া বিস্মৃতি,
যেন মৃতৱত,
নাহি আৰ তম্ব,
ব্ৰহ্মা মৰন্ত,
ৰূপ ঢাকিলন্ত,
হংস যান এড়ি,
নানা স্তুতি কৰি,
ধেনুকক মাৰি,
তালফল পাৰি,
তৃষ্ণায়ে আকুল,
যমুনাৰ কূল,
খাইল বিষজল,
জীৱনে বিকল,
দেখি নাৰায়ণ,
চাহিলা তেখন,
কদম্বে চড়িলা,
কালীয়ে ঝড়িলা,
ফণাৰ উপৰে,
উঠি নৃত্য কৰে,
নাগ পত্নীচয়,
কালীক নিৰ্ভয়,

   

বৎস নৎসপাল।
বঝাইলা গোপাল॥
ৰঙ্গে নাৰায়ণ।
কৰিলা ভোজন॥
ব্ৰহ্মা কৰি চুৰি।
গৈল নিজ পুৰী।
হুয়া সেহি কাল।
গৈলা ব্ৰজশাল।
কৃষ্ণৰ মুৰুতি।
ব্ৰহ্মা ভৈলা ভীতি।
পড়িল হংসত।
চেতন গাৱত।
দেখি ভগৱন্ত।
দুনাই জলন্ত।
চবণত পড়ি।
গৃহে গৈলা লড়ি।
গাছক আছাৰি।
ভুঞ্জাইলা মুৰাৰী।
হুয়া গোপকুল।
গৈলা হুয়া ভুল॥
ভৈলন্ত বিহ্বল।
মৰিল সকল।
অমৃত নয়ন।
লভিল চেতন।
হ্ৰদত পড়িলা।
শিৰত চড়িলা।
দেৱ দামোদৰে।
সিটো সৰ্প মৰে।
বুলিলা বিনয়!
দিলা কৃপাময়।