পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীতা হৰণ। ৫৮ তাৰাৰ বিলাপ কালীক দেখিলা গৈয়া, মুচ্ছিতে ৰৱন্তে আছে, কথমপি আছে মাত্ৰ প্ৰাণে। নিশেষ্টে আছি পৰি উভকোল কৰি আতি, শালি আছে ৰাঘৱৰ বাণে। স্বামীক বেঢ়িয়া গৈয়া হৃদয়ত পৰি পৰি, কালে সবে হালে-বিলে। সমন্তে দিশক বেঢ়ি বান্দৰী মেলেকে কালে, স্বৰ্গক সঞ্জিবল সিতে ৰলে। বালী ৰাজা পৃথিবীত | পৰিবাৰ দেখি মই, | কি কাৰণে ধৰি আছো জীউ। অঙ্গদাই কুমাৰক কোলে কৰি লইয়া প্ৰভু, . কাহাৰ আগত হও ঠিৱ। অৰুণ কুমাৰ হেৰা। ক্ৰন কৰন্তে আছে, | তযু দুই চৰণত পৰি। সহস্ৰেক মহাদই ফলন কত্তে আছে, | ভূমিত পৰিয়া গড়াগড়ি। শিথৰ সিন্দুৰ মোৰ খাইলাহা প্ৰভু দেয়, বাজিমোগ্য আনো অল। পতিত্ৰত নাৰী হুইয়া কেনমতে বহিবেহে, অহাদুঃখ বিধৰ ভাৰ। মই যাক তলিলাহে সেহি মোক গৰ্জিবেক, | বিৰহতে থাকিবোহে পৰি। অনাথ হৈবেক মোৰ • অঙ্গদ কুমাৰ ধাতে, স্বামী সঙ্গে গৈলো হপ্তে লৰি।