পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

ভদুৰ্গা ছেমৰ কোযথ ও দৌল”ৰ কাষতে থাপিৰ পৰা খণ্ডবাক্যকোষ, সাহিত্য ভৰাললৈ লখিমী ম্যাপ লখিমী-তিৰোতা, শ্ৰীহট্ট উপভাষা সম্পৰ্কে টোকা, অসমীয়াৰ ভুত-তত্ত্ব” আদি অসমীয়া-ইংৰাজী গুাষা-তত্ত্ব সমাজ- তত্ত্বমূলক বিবিধ বহুমূলীয় গ্ৰন্থ-বচেঁতা; “দশগীত,” “সৰু লৰাৰ গান, বাছী" আৰি দুখা গীতৰ পুথি প্ৰণেতা; “সেউতী- কিৰণ, উৰুঙ্গ,” “দক্ষযয়ে” আদি এবুৰি নাটক বৰ্টোতা; “কাণখোৱা,” “নাম-গোবা,” “ণমালা” আদিৰ ইংৰাজী ভাঙনিবে বৈষ্ণৱ সাহিত্যৰ অতুলনীয় সম্পদায়ি অন-অসমীয়া জগতলৈ হেপাহেৰে আগ= বঢ়াওঁতা, আশাশুধীয়া সাহিত্যৰথী বেণুধৰ ৰাজখোৱাৰ। পৱিত্ৰ সোঁৱৰণত