পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

টোকাৰী—নাম দেহ-বিচাৰৰ বৰাগী-গীত “খেণ্ডি বিৰিখে সেই জুপি পছকে গছে কুমলীয়া, ফুল নৌ সৰোতে মহাদেৱ গোয়ে ঈষা-পিঙ্গলা, দুপতি মেলিলে লৈ মেলিলেশিয়া। খোঁজে মহাদেবে। টোকাৰী সালোগৈ নিয়া! পাতো চিবলীয়া, মাণিক শুৰি ভৰি লাগে। গুটিটি সৰিলে, সি কথা বুজিব কোনে। টোকাৰী সাজিলে, বাটে পাবেবতী গুণা। মধ্যে দুঘু, এই তিনি গছি গুণা।" মানব-শ্ৰীক আৰু মনকে। বিৰিখৰ লগত তুলনা কৰা যথাক্ৰমে লুইপা আৰু কাতু, পাৰৰ দুটি দোহা আগতে তুলি দিয়া হৈছে। এই টোকাৰীৰ জন্ম-গীতটিত তা স্পষ্ট পুনৰাবৃত্তি; ইয়াক আকস্মিক বুলি ভাবিব নোৱাৰি যেতিয়া তত বৌদ্ধ প্ৰভাষ স্বীকাৰ কৰিব লাগিব। মানৱ-শৰীৰৰ ভিতৰৰ তিনি ডালি নাড়ীক তিনি ডালি গুণ। ৰা তাৰ লগত তুলনা কৰাত আকৌ অবিকল সেই উপমা থকা আন কেইবাটিও দেহাব উল্লেখ কবিৰ চাগা হল, যদিও অষ্টে বৌদ্ধ মতে নাড়ী নামকৰণ আৰু ব্যাথ্যা সম্পূৰ্ণ সুকীয়া। তাণে এটি :- ১৭। বাগ পাটমঞ্জৰী-বীণা দানা সু সাই সশি লাগেলি তান্তী। অণহ বাণ্ডী একি কি অত অৱতী। বাই অঙ্গে সহি হেৰু বীণা। সুন তাঠি খনি বিসই কণা। আলি কালি বেশি সাৰি দুনি। অৰৰ সমৰস সান্ধি গুণিকা। জৱে কৰহা কলে ঢাপিটি। বতিশ তাতি ধনি অল বিপিউ।