পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

ty অসমী সাহিত্যৰ অধ্যয়ন নাচস্তি বালি গাস্থি দেবী। বুদ্ধ নাটক বিসম হোই। মৰ্মাৰ্থ ঃ 'সূৰ্য্য (মানুহৰ সে নাকৰ বিন্ধাইদি প্ৰাৰ-সম্পন্না সূৰ্য- স্বভায়া বসনা নাড়ী) পাও; চন্দ্ৰ (বাও নাকৰ বিন্ধাইলি গ্ৰাহক-ভাবমুক্তা চন্দ্ৰস্বভাৰ। ললনা নাড়ী) তাত লগা অগ্ৰী। অন্নপূৰ্তী (বসনালান। দুই নাড়ীৰ মাজত গ্ৰহ-গ্ৰাহক-শ্ৰাব-বৰ্ণিত মানৱ-দেহষ বলিশ নাড়ীৰ ভিতৰত প্ৰধান, ইলিয়াতীতা হেতুকে অনাহুতা) ভাব দণ্ডি। “ললনা প্ৰজ্ঞা স্বভাৱেন বনোপালংস্থিতা। অধূতী মধ্যদেশে তু আহগ্ৰাহকবৰ্জিতা।”] সেই বীণাত শুন্যতা (নৈবাত্মা বা নিৰ্বাণ) স্বৰূপ সকৰুণ ধ্বনি উঠিছে। আসি (এহ বা ৰবি-স্বভাৱা লোক-জ্ঞান) আৰু কালি ( আহক ব শশী-স্বতন্ত্ৰ। লোকভাস ) ভ্ৰান্ত সা- ৰূপে শুনি; গজ্ঞিবৰ ( চিন্ত) তাক শুনি মুগ্ধ হয়। বত্ৰিশ গীত (নাঙীত) সেই (নিৰ্বাণ) গীত বিয়পি পৰিছে। বধৰে নাচিছে আৰু (নৈবষ্মিকা) দেবীয়ে গাইছে; বুক নাটকৰ এইদৰে পৰিসমাপ্তি হৈছে।” গতিকে গুণ বা তন্ত্ৰীৰ উপমাও সম্পূৰ্ণ বৌদ্ধ ভাবাপন্ন। “চলো নিচিনো, সূৰুযযা নিচিনে; আপোনাৰ শৰীৰক আপুনি নিচিনো, চান্দো বিৰ্গীয়া, সূৰুয বিত্তীয়া, মণি বিতলীয়া, নিচিনো সৰগৰ ভৰা। হই আছে দ্বীৱন্তে মৰা। আৰু ৰিতীয়া চকু। চিনিব নোৱাৰো একো * আন কথা এৰিও, অকল বস্তুবাদৰ ফালৰ পৰাই এই গীটি সৌন্দৰ্যত অতুলনীয়। বস্তৰাৰ মানুহ প্ৰাণৰ জন্মস্বত্ব; বৈজ্ঞানিকৰ সত্য, নীতিবিদ শিৱ, শিীৰ সুন্দৰ,যেনে ৰূপেই হওক সেই অল্পগুষ্টিত সুন্দৰীৰ মোহত নপৰা নোক পৃথিবীত বিৰল। দুখৰ বিষয়, আজিৰ জগতে সত্য-শিল্প- সুনথৰ সেই তিনি-শিৰীয়া দৌগটিব কাচিলৈ চকু দিছে; বিজ্ঞান-ধৰ্ম-কলা বিজ্ঞাৰ ভেদ টুটি আহিছে; আৰু কুৰি শতিকাৰ মাজছোৱাত আইনষ্টাইনৰ পদাৰ্থবিজ্ঞান মনোবিজ্ঞানৰ লগত একাকাৰ হৈ পৰিছে। আৱশ্যকীয় গুন্না বুলি মানিগেও পঞ্চেন্দ্ৰিয় যে মানৱ জ্ঞানৰ ভয়াবহ সাৰথি এই কথা পুনৰ সেঞ্জবাই বি কুৰি শতিকাৰ বিজ্ঞানে সিহঁতৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে