পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

১২২ অলশীয়া সাহিত্য অধ্যয়ন নদী নদ অশেষ বিশেষ সৰোবৰ। ক্ষটিক নিৰ্মল জল দেখি মনোহৰ। বিধবী সৱে 'তাত নামি কৰে গান। পথালি শৰীৰ বৱে সুগন্ধিত স্বাণ। পৰম অমূল্য গন্ধ উথলে সদায়। দশদিশ ঘুড়ি তাৰ বায়ু বহি যায়। দেখি সুশোভন বন নৱ-উপবনে। যাত নিতে জীড়ে দেৱ নিৰনাৰীগণে। শাল তাল তমাল মন্দাৰ পাৰিজাত। চম্পক অশোক আননা পুষ্প অসংখ্যাত। আম জাম লেবু জড়া জামীৰ খাজুৰী। বিশ্ব নাৰিকেপ ফল মুল পাকড়ি। অষ্ণ চন পশ্ন সৰল সোণাক। অনে; য'ত তক বন সৱে কাৰু। ছয় ঋতু এক কালে বসন্ত উদয়। ভ্ৰমৰে গুৱৰে কুলি পঞ্চম পূৰয়। বহয় মলয়া বায়ু আমেৰিত মন। নৃত্যগীত কৰে তৈতে অপেৰাগণ। হৰি-গুণ গীত গাৱে গন্ধ কিমবে। পাপ দূৰ হোক হৰি বোলা নিৰন্তৰে। তাৰ মাজৰে এটি সৰোবৰ বৰ্ণনা আৰু মনোহৰ বনৰ সিটে। বিতোপন নাম। কহিলো যাহাৰ নাহি উপায়। তাহাৰ মাজে সৰোবৰ এক। লাগব সঙ্কাশ দেখি প্ৰত্যেক। সুবৰ্ণময় পশ্ন আছে ঘুড়ি। ভ্ৰমৰে তাৰ মধু পীয়ে পড়ি। বায়তংস আদি যতেক পক্ষী। পড়ি পড়ি থাকে নবান্ন উপেক্ষি। কুমুৰ সিদ্ধি উতপল মুল। ফুলি আছে গন্ধে নাহিকে তুল। চৌভিতি বেঢ়ি আছে উপবনে। কহিবে নাম তাৰ কোনজনে। কথ বধু, নাগেশ্বৰ গাছে। ফুলে জকমক বেড়িয়া আছে। মালতী মধাই জাই যুবী যত। পাৰিজাত মুখ্য বৃক্ষ সমস্ত। হয় মলয়া বস্তু বাৰ। কোকিলে ত্যজে সুললিত ৰাৱ। সেহি বন মাজে গজেন্দ্ৰ আছে। অনেক হস্তী ফুৰে আগে পাছে। যতেক বৃক্ষ বেত বাশ খড়ি। ফুৰন্ত ভাঙ্গি যায় মড়মড়ি। যাৰ গন্ধ পাই সিংহো পায়। যন্তেক পন্ত যে জীৱ যায়। মজল ধাবা বহিয়া যায়। ভ্ৰমৰে মাক সেৱে সৱৰায়। “হৰমোহন”ৰ বিখ্যাত 'দিব্য উপবন’ৰ বৰ্ণনা সকলোৰে অতিকৈ পৰিচিত বুলি তুলি দিয়া নহল; তাৰ দিব্য কন্যা’ৰ বৰ্ণনাও সেইদৰে নিৰুপম। “শিশুলীলা’ব গৃহ-কৰ্ম্মৰতা যশোদাৰ বৰ্ণনা কি মনোম অনিৰ্বচনীয় পদাৰ্থ, তাক ভাষাবে বুজোৱা টান—