পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

কীৰ্ত্তন—এশঙ্কৰদেয়। দিনেক যশোদা নায়া। আপুনি মথন্ত দৰি গৈয়া। কৃষ্ণৰ শৈশৱ লীলাক অবি কৃষ্ণ-গীত গাৱন্ত সুন্দৰী। ক্ষৌম বস্তু পিন্ধি দিব্য কাছে। কটিত মেথলা বান্ধি আছে। ৰুম খুন কব কৰুন। শ্ৰমজলে উজল বদন। কৰ্ণত কুণ্ডল দোলে অতি। খসি পৰে খোপাৰ মালতী? শঙ্কৰদেৱৰ শ্ৰীকৃষ্ণৰ ৰূপ-বৰ্ণনা পঢ়ি সচাকৈয়ে কোনোবা শিলাকটীয়া পাকৈত শিল্পীয়ে বিতোপনকৈ কৰবাত কাটি থোৱা এটি মধুৰ মুক্তি যেন লাগে। “ধ্যানবৰ্ণন”ব বৈকুণ্ঠৰ বিষ্ণু বা কৃষ্ণৰ বৰ্ণনা চৰণ পদ্ম দেখি সুখী দুই। অৰুণ অতি পদ-তল দুই। অঙ্কুশ পদ্ম ধ্বয় হযৰ। দেখি কিন্তু তাত মিলে উৎসৱ। চৰণ পঙ্কজ আছে প্ৰেকাশি অঙ্গুলী পাতি তাৰ ভৈল পাবি। দেখিয়া ৰত্ন পাকৰি নম্ব। প্ৰকাশে তাতে নখচ। বতনে উজ্জ্বল উষ্ণন্তি যত। নুপুব প্ৰকাশে পাদ পৃষ্ঠত। বস্তুৰ হাড়ৰ হলে ক্ষতি। উৰু কৰিকৰ সম সাক্ষাত॥ কটিত প্ৰকাশে বসন পীত। বান্ধিছে মেখলা বন্ধু-বজিত। নাভি সৰেহ কচিৰ কান্তি। হয়ে প্ৰকাশে এবংস পান্তি। উকম্বগে লক্ষ্মী নিলন্ত দেখা। কষটিত যেন সোণাৰ যেথা। পীতবস্ত্ৰে শোতে শ্যামল কায়। তুতি জড়িত হলেন প্ৰায়। বল হৃদয়ে মুকুত্ৰা হৰি। প্ৰকাশে জিলিমিলি পেচকাৰ। চিকিমিকি কৰে বহু উজ্জ্বল। আপাৱলম্বী গলে বনমালা | 'তাহাৰ মধু গন্ধে ভুয়া ভোল। বেড়িয়া মধুকবে কবে ৰেল। চাৰু চতুভুজ শোতে সুঠান। ললিত ৰলিত নীল মোগান। কেছু কঙ্কন লয়া তাত। প্ৰেকাশে নয় কিশলয় হাত। ৰত্নৰ শলাকা অঙ্গুলী পান্তি। আঙ্গঠিচয় তাত কবে কান্তি। অৰুণ নখ চশমাৰ সৰি। শ চৰু গৰা পঙ্কজধাৰী। গগত গলপাতা সাতৰি। উড়ে নৱণ পীত উত্তৰী। শ্যামল শৰীৰে শোভে অধিক। ময়ুৰ পুস্ক যেন চিকমিক। কধু-কণ্ঠে শোভে কৌস্তুত মণি। প্ৰভাতে উদিত আদিত। খিনি।