পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
। ৹

বৰফ-ইউৰোপ আরু ভাৰতবৰ্ষৰ ওপৰত প্ৰাচীন কালৰ উটা বৰফৰ চিন। ••• ••• ••• ••• ৬৫-৮২ পৃষ্ঠা

সপ্তম অধ্যায়।

নদী, হ্ৰদ, উৎস।

 নদীৰ উৎপত্তি-জল-সত্ৰ আরু জলকৰ ভূমি-ব্ৰহ্মপুত্ৰৰ পানীৰ জোখ-নানা নদীৰ স্বভাব—বান কমাওঁতা-সিন্ধু-নদীৰ আকস্মিক মহাবান—বান-পানী আরু ঢল-ঢলৰ সময় সকলো নৈতে একে নহয়—নদীৰ তিনি খণ্ডৰ ভিতৰৰ প্ৰত্যেক খণ্ডৰ কাৰ্য্য-নদী গব্ভৰ পৰিবৰ্ত্তন-গড়া খহাৰ তিনি কাৰণ—আরু নিবাৰণ কৰিবৰ উপায় মৰনৈৰ উৎপত্তি-ফল্‌গু নদী-দৰঙ্গ জিলাৰ ভোলা নদী প্ৰভৃতি মাটিৰ তলে বোৱা নৈ—জল-প্ৰপাত, উৎসৰ উৎপত্তি-উষ্ণ উৎসৰ কাৰণ—সকলো উৎসৰ পৰা সমানে পানী নুঠে-সীতা-তেলৰ উৎস -হ্ৰদ আরু হ্ৰদৰ শ্ৰেণী ••• ••• ••• ৮৩-১০৩ পৃষ্ঠা

চতুৰ্থ প্ৰকৰণ ক্ষিতি।

অষ্টম অধ্যায়।

ভূ-ভাগৰ বাহ্যিক গঠন।

 নতুন আরু প্ৰাচীন পৃথিবী—ইউৰোপত উপদ্বীপ সৰহ- পৃথিবীৰ ওখ ঠাই বিলাক-পৰ্ব্বত দণ্ড—দুবিধ পৰ্ব্বত-পৰ্ব্বত ক্ৰমে ওপৰলৈ চেঁচা-টেনেৰিফ পৰ্ব্বতাৰোহণ—সমথল-তন্দ্ৰা- ষ্টিপিচ্‌-প্ৰেৰী-লেনচ-চিলভাচ্‌—পাস্পাচ-সাহাৰা-মৰীচিকা বা মৃগতৃষ্ণা-মরুভূমিৰ আশ্ৰম-অধিত্যকা—ভাৰতবৰ্ষৰ ভূমিৰ প্ৰাকৃতিক বিভাগ-আসাম দেশৰ প্ৰাকৃতিক গঢ়। ১০৪-১২০ পৃষ্ঠা