পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹

পঞ্চম অধ্যায়।

সমুদ্ৰৰ সঞ্চালন।

 ঢৌৰ কাৰণ-সাগৰৰ ঢৌ-স্থানীয় সোঁতৰ কাৰণ—মোড় সোঁতা প্ৰভৃতি সামুদ্ৰিক সোঁতাৰ বিবৰণ-মোড় সোঁতাৰ পৰাই ইউৰোপৰ জাৰ উত্তৰ আশিয়াত কৈ কম—মোড় সোঁতাই কলম্বচক কিরূপে আমেৰিকালৈ নিলে—হুগলি মুখৰ পানীৰ উজনী ভটীয়নি সোঁত- জোয়াৰৰ উৎপত্তি কাৰণ-কোটাল জোয়াৰ, মৰা কোটাল-বেলা উৎপত্তিৰ স্থান-জোয়াৰ-গঁড়ীলা—উজাই অহা বেলাৰ আন্দো- লন—সকলো সাগৰতে নাই—চাকনৈয়া। •••••• ৫২-৬৪ পৃষ্ঠা

ষষ্ঠ অধ্যায়।

পানীৰ রূপ ভেদ।

 মেঘ আৰু তাৰ আদৰ্শ-মেঘোৎপত্তিৰ তিনি কাৰণ—বিধ বিধ মেঘ অলক মেঘ, ডাৱৰ প্ৰভৃতিৰ লক্ষণ আরু মেঘ দেখি বতৰ জানিবৰ উপায়—আকাশত মেঘ কিরূপে ওপজি থাকে—মেঘৰ নানা বৰণ— বৰষুণৰ উৎপত্তি; ক'ত বেচিকৈ ক'ত কমকৈ বৰষুণ পৰে-বৃষ্টিমান যন্ত্ৰ-বিশেষ বিশেষ স্থানত বৰষুণৰ পৰিমাণ—কুঙলি কেনে ঠাইত বেচি হয়—জাৰ কালি শীত প্ৰধান দেশৰ দৃশ্য—তুষাৰ আরু তাৰ বৰণ আরু তুষাৰ-দানাৰ আকৃতি—চিৰ-নিহাৰ-সীমা—হিমালয় পৰ্ব্বতৰ দুই পয়ৰায় চিৰ-নিহাৰ-বাহু নিৱী-কঠিন চিৰ-নিহা-বাহু কি কাৰণত বৈ আহে-তাক বুজাবৰ অৰ্থে এটি পৰীক্ষা-লালিকঙ্কৰ, পথালি কঙ্কৰ—শিলগুটি বা কঙ্কৰ কেনেকৈ খহে-ঘৃষ্ট প্ৰস্তৰ—অতি প্ৰাচীন কালৰ চিৰ নিহাৰ-বাহু আজি কালিৰ বিলাকত কৈ দীঘল থকাৰ প্ৰমাণ—নগা পৰ্ব্বতৰ প্ৰাচীন কালৰ চিৰ-নিহাৰ বাহু—কিরূপে উত্তৰ গোলাৰ্দ্ধত ইমান বেচি জাৰ আছিল। হিম শিলা—উটা