পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোণ কৰা । ৮৯ পোৱাৰ দাম ১৪|ন১০ তিল। এক পোৱাৰ দাম /৯// কাক । এক ছটাকৰ দাম ব/৫ তিল । ( এক মোণৰ দাম জানা থাকিলে ১ তোলাৰ দাম উলিয়াবৰ নিয়ম । ) ৭। মোণে পতি ইমান দৰ তোলাত কিবা কোৱ৷ ? টকাপ্রতি এক কাক বাৰ তিল লোৱা ॥ অন৷ প্রতি হই তিনা পয়সায় আধ তিল । মোণ দৰে তোলাৰ দাম এই দৰে মিল ॥ অর্থ । এক মোণৰ দাম যিমান টক৷ , এক তোলাৰ দাম সিমান এক কাক বাৰ তিল, ঘিম।ন অন। এক তোলাৰ দাম সিমান ই তিল, আৰু ঘিমান পয়স। এক তোলাৰ দাম সিমান। অধা তিল হয় । ১ম প্রশ্ন । ১ মোণ ঘিউৰ দাম ৪০ টকা ; ১ তোলাৰ দাম কিমান ? /১২ তিল ৪০ এক তোলাৰ দাম ৪ গণ্ড৷ ২য় প্রশ্ন । ১ মোণৰ দাম ট. ৫iন• হলে ৩ তোলাৰ দাম কিমান ? পাতন :–টকা প্রতি ৫/১২ তিল হিঃ ৫ টকাত বা কড়া অনা , ৫২ তিল .. Mন• অনfত ৮ তিল এক তোলাৰ দাম <৮® ®তিল তিন তোলাৰ দাম ১৭৪ তিল ১-উদাহৰণমালা । ( দ্বিতীয় ভাগত থক। উনাহৰণমা •াৰ প্রশ্ন বিলাক মুখে মুখে সোধা যুগুত ।)