পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৮ মোখিক অঙ্ক। ১ম প্রশ্ন । ১ মোণ তেলৰ দাম ১৬ টকা হলে ১১ ছটাকৰ দাম কিমান ? টকা প্রতি ৷৷ কড়া হিঃ ১৬ টকাত ৩২ ক’ড়া ; ৩২ কড়াত ৮ গণ্ড৷ ১১ ॥৬৩ ছটাকৰ দাম।৮ গণ্ড৷ ২য় প্রশ্ন। দন• অনা মোণ হলে ১ ছটাকৰ দাম কিমান ? অনা প্রতি ১০ তিল হিঃ দন• অন৷ত ১৪১ তিল ; ১৪০ তিলে। aঠ কাক, এক ছটাকৰ দাম । ৩য় প্রশ্ন । ট ৪Iন১০ গণ্ডাত যদি ১ মোণ লোণ পোৱ। যায়, তেন্তে ১ ছটাকৰ দাম কিনান ? পাতন ঃ–টকা প্রতি খ৷ কড়া হিঃ ৪ টকাত ২ গ. অনা , ১০ তিল , |ন • অন৷ত «ঠ কাক গণ্ড , a তিল , ১০ গঙাত ৫৫৫ তিল এক ছটাকৰ দাম ২.৫ তিল ( এক মোণৰ দাম জানা থাকিলে, আধা পোৱ, এক পোৱা আৰু এক ছটাকৰ দাম উলিয়াবৰ সহজ নিয়ম ।) ৬। মোণৰ দামৰ বাৱে অলেফ মাত্র দিলে । আধা পোৱাৰ দাম লৰা ততালিকে মিলে । অ!ধা পোৱাৰ ছনা দাম পোৱাত ধৰিবা। আধা পোৱাৰ আধা দানম ছটাকত নিবা ॥ অর্থ । ১ মোণৰ দাম যিমান টকা চোক পোণ গঙা হব, বাৱে আলেফ (এই চিনৰ নাম আলে) দিলে আধা পোৱাৰ দাম সিমান গণ্ড৷ কড়া কাক তিল হব । আাধা পোৱাৰ দামৰ উমা ললে এক পোৱাৰ আৰু আধা ললে এক ছটাকৰ দাম। ওলাব। যেনে –১ মোণৰ দাম, ট. ১৪llন১০ হলে আ৷৷