পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সংখ্যা লেখন।

৭৭ সাতসত্তৰ ৮৩ তেৰাশি ৮৯ উনন্নবৈ ৯৫ পঁচান্নব্বৈ
৭৮ আঠসত্তৰ ৮৪ চোৰাশি ৯০ নব্বৈ ৯৬ ছয়ান্নব্বৈ
৭৯ উনাশি ৮৫ পঁচাশি ৯১ একান্নব্বৈ ৭ সাতান্নব্বৈ
৮০ আশি ৮৬ ছয়াশি ৯২ বেৰান্নব্বৈ ৯৮ আাঠানব্বৈ
৮১ একাশি ৮৭ সাতাশি ৯৩ তেৰান্নব্বৈ ৯৯ নিৰান্নব্বৈ
৮২ বেৰাশি ৮৮ অাঠাশি ৯৪ চোৰান্নব্বৈ ১০০ এশ

   ১০০০ এক হেজাৰ, ১০০০০ এক অযুত বা দহ হেজাৰ,
১০০০০০ একলক্ষ, ১০০০০০০ এক নিযুত বা দহ লক্ষ,
১০০০০০০০ এক কোটি, ১০০০০০০০০ দহ কোটি, আদি কৰি।
   ৭। সংখ্যা বোৰ গণিবলৈ তলত লেখা কথা বোৰ মনত
ৰাখিব লাগে যেনে :-
   একং, দশং , শতং সহস্ৰং, অযুত, লক্ষ, নিযুত, কোটি,
ৰ্অব্বুদ, বৃন্দ, খৰ্ব্ব, নিখৰ্ব্ব, শভ্খ, পদ্ম, সমুদ্ৰ, অস্ত্য, মধ্য, পৰাৰ্দ্ধ।

প্ৰথম সাৰিত ( সোঁফালৰ সাৰিত ) ১ একং।
একৰ পৰা ন অঙ্ক লৈকে লেখিব লাগে। ১০ দশং!
দ্বিতীয় সাৰিত দহৰ পৰা নব্বৈ লৈকে ১০০ শতং।
লেখিব লাগে। এনেকৈ তৃতীয় সাৰিত ১০০০ সহস্ৰং।
একশৰ পৰা ন শ, চতুৰ্থ সাৰিত এক ১০০০০ অযুত।
হেজাৰ পৰা ন হেজাৰ, পঞ্চম সাৰিত। ১০০০০০ লক্ষ।
দহ হেজাৰৰ পৰা নব্বৈ হেজাৰ, ষষ্ঠ ১০০০০০০ নিযুত।
সাৰিত এক লক্ষ পৰা, ন লক্ষ, সপ্তম ১০০০০০০০ কোটি।
সাৰিত দহ লক্ষৰ পৰা নবৈৰ লক্ষ, ১০০০০০০০০ অৰ্ব্বুদ।
অষ্টম সাৰিত এক কোটিৰ পৰা ন কোটি, আৰু নবম সাৰিত

দহ কোটিৰ পৰা নব্বৈ কোটি লৈকে লেখা যায়।