১০০০ এক হেজাৰ, ১০০০০ এক অযুত বা দহ হেজাৰ,
১০০০০০ একলক্ষ, ১০০০০০০ এক নিযুত বা দহ লক্ষ,
১০০০০০০০ এক কোটি, ১০০০০০০০০ দহ কোটি, আদি কৰি।
৭। সংখ্যা বোৰ গণিবলৈ তলত লেখা কথা বোৰ মনত
ৰাখিব লাগে যেনে :-
একং, দশং , শতং সহস্ৰং, অযুত, লক্ষ, নিযুত, কোটি,
ৰ্অব্বুদ, বৃন্দ, খৰ্ব্ব, নিখৰ্ব্ব, শভ্খ, পদ্ম, সমুদ্ৰ, অস্ত্য, মধ্য, পৰাৰ্দ্ধ।
প্ৰথম সাৰিত ( সোঁফালৰ সাৰিত ) |
১ একং।
|
একৰ পৰা ন অঙ্ক লৈকে লেখিব লাগে। |
১০ দশং!
|
দ্বিতীয় সাৰিত দহৰ পৰা নব্বৈ লৈকে |
১০০ শতং।
|
লেখিব লাগে। এনেকৈ তৃতীয় সাৰিত |
১০০০ সহস্ৰং।
|
একশৰ পৰা ন শ, চতুৰ্থ সাৰিত এক |
১০০০০ অযুত।
|
হেজাৰ পৰা ন হেজাৰ, পঞ্চম সাৰিত। |
১০০০০০ লক্ষ।
|
দহ হেজাৰৰ পৰা নব্বৈ হেজাৰ, ষষ্ঠ |
১০০০০০০ নিযুত।
|
সাৰিত এক লক্ষ পৰা, ন লক্ষ, সপ্তম |
১০০০০০০০ কোটি।
|
সাৰিত দহ লক্ষৰ পৰা নবৈৰ লক্ষ, |
১০০০০০০০০ অৰ্ব্বুদ।
|
|