পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৌখ্যিক অঙ্ক

সোঁফালে যিমান শূন্য বহুৱাবা একৰ ম বাঢ়ি যাব।

 ৫। অঙ্কেৰে কোনো সংখ্যা লেখোঁতে বাঁওফালৰ পৰা লেখিব লাগে।

 ৬। অঙ্ক আৰু কথাৰে গণিবৰ নিয়ম তলত লেখা হল।

এক ২০ কুড়ি ৩৯ উনচল্লিশ ৫৮ আঠাৱন
দুই ২১ একৈশ ৪০ চল্লিশ ৫৯ ঊনষাঠি
তিন ২২ বাইশ ৪১ একচল্লিশ ৬০ ষাঠি
চাৰি ২৩ তেইশ ৪২ বাচল্লিশ ৬১ একষষ্ঠি
পাঁচ ২৪ চৌবিশ ৪৩ তেচল্লিশ ৬২ বাষষ্ঠি
ছয় ২৫ পঁচিশ ৪৪ চৌচল্লিশ ৬৩ তেষষ্টি
সাত ২৬ ছাব্বিশ ৪৫ পঞ্চচল্লিশ ৬৪ চৌষষ্ঠি
আঠ ২৭ সাতাইশ ৪৬ ছয়চল্লিশ ৬৫ পঞ্চষষ্ঠি
২৮ আঠাইশ ৪৭ সাতচল্লিশ ৬৬ ছয়ষষ্ঠি
১০ দহ ২৯ উনত্ৰিশ ৪৮ আঠচল্লিশ ৬৭ সাতষষ্ঠী
১১ এঘাৰ ৩০ ত্ৰিশ ৪৯ উনপঞ্চাশ ৬৮ আঠযষ্ঠি
১২ বাৰ ৩১ একত্ৰিশ ৫০ পঞ্চাশ ৬৯ উনসত্তৰ
১৩ তেৰ ৩২ বত্ৰিশ ৫১ একাৱন ৭০ সত্তৰ
১৪ চৈধ্য ৩৩ তেত্ৰিশ ৫২ বাৱন ৭১ একসত্তৰ
১৫ পোন্ধৰ ৩৪ চৌত্ৰিশ ৫৩ ত্ৰেপন ৭২ বাসত্তৰ
১৬ যোল ৩৫ পয়ত্ৰিশ ৫৪ চোৱন ৭৩ তেসত্তৰ
১৭ সতেৰ ৩৬ ছয়ত্ৰিশ ৫৫ পাঁচপন ৭৪ চৌসত্তৰ
১৮ অঠৰ ৩৭ সাতত্ৰিশ ৫৬ ছাপন ৭৫ পঞ্চসত্তৰ
১৯ উনৈশ ৩৮ আঠত্ৰিশ ৫৭ সাতাৱন ৭৬ ছয়সত্তৰ