এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
মৌখ্যিক অঙ্ক
সোঁফালে যিমান শূন্য বহুৱাবা একৰ ম বাঢ়ি যাব।
৫। অঙ্কেৰে কোনো সংখ্যা লেখোঁতে বাঁওফালৰ পৰা লেখিব লাগে।
৬। অঙ্ক আৰু কথাৰে গণিবৰ নিয়ম তলত লেখা হল।
১ | এক | ২০ | কুড়ি | ৩৯ | উনচল্লিশ | ৫৮ | আঠাৱন |
২ | দুই | ২১ | একৈশ | ৪০ | চল্লিশ | ৫৯ | ঊনষাঠি |
৩ | তিন | ২২ | বাইশ | ৪১ | একচল্লিশ | ৬০ | ষাঠি |
৪ | চাৰি | ২৩ | তেইশ | ৪২ | বাচল্লিশ | ৬১ | একষষ্ঠি |
৫ | পাঁচ | ২৪ | চৌবিশ | ৪৩ | তেচল্লিশ | ৬২ | বাষষ্ঠি |
৬ | ছয় | ২৫ | পঁচিশ | ৪৪ | চৌচল্লিশ | ৬৩ | তেষষ্টি |
৭ | সাত | ২৬ | ছাব্বিশ | ৪৫ | পঞ্চচল্লিশ | ৬৪ | চৌষষ্ঠি |
৮ | আঠ | ২৭ | সাতাইশ | ৪৬ | ছয়চল্লিশ | ৬৫ | পঞ্চষষ্ঠি |
৯ | ন | ২৮ | আঠাইশ | ৪৭ | সাতচল্লিশ | ৬৬ | ছয়ষষ্ঠি |
১০ | দহ | ২৯ | উনত্ৰিশ | ৪৮ | আঠচল্লিশ | ৬৭ | সাতষষ্ঠী |
১১ | এঘাৰ | ৩০ | ত্ৰিশ | ৪৯ | উনপঞ্চাশ | ৬৮ | আঠযষ্ঠি |
১২ | বাৰ | ৩১ | একত্ৰিশ | ৫০ | পঞ্চাশ | ৬৯ | উনসত্তৰ |
১৩ | তেৰ | ৩২ | বত্ৰিশ | ৫১ | একাৱন | ৭০ | সত্তৰ |
১৪ | চৈধ্য | ৩৩ | তেত্ৰিশ | ৫২ | বাৱন | ৭১ | একসত্তৰ |
১৫ | পোন্ধৰ | ৩৪ | চৌত্ৰিশ | ৫৩ | ত্ৰেপন | ৭২ | বাসত্তৰ |
১৬ | যোল | ৩৫ | পয়ত্ৰিশ | ৫৪ | চোৱন | ৭৩ | তেসত্তৰ |
১৭ | সতেৰ | ৩৬ | ছয়ত্ৰিশ | ৫৫ | পাঁচপন | ৭৪ | চৌসত্তৰ |
১৮ | অঠৰ | ৩৭ | সাতত্ৰিশ | ৫৬ | ছাপন | ৭৫ | পঞ্চসত্তৰ |
১৯ | উনৈশ | ৩৮ | আঠত্ৰিশ | ৫৭ | সাতাৱন | ৭৬ | ছয়সত্তৰ |