পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ মৌখিক অন্ধ। বর্গমাটি । লিখিবৰ সতে লিথিবৰ সঙ্কেত ২০ তিলে ১ কাক ।। ৫ | ২০ লোচাত ১ কঠা ০ ) ৪ কাকে ১ গোট বা কড়ান্ত | ৫ কঠাত ১ দোণ, } ৪ কড়াত ১ গণ্ড হালচ বা } | ২০ গণ্ডাত ১ কানি • ৪ কানিত ১ পোৱ। | | ৪ দোণে। ১ পূৰা ১/ ৪ পোৱাত বা) ১ লেছা ) । ২০ পূৰাত ১ বেহি ১৬ কানিত বা লোচা ংে বিঘা ইংৰাজী মতে । ১৪৪ বর্গ ইঞ্চিত ১ বৰ্গ ফুট)। ৯ বর্গ ফিটে ১ বর্গ গজ । ৩০০ বর্গ গজে ১ বর্গ পোল । ৪০ বর্গ পোলে ১ ৰূড় । ৪ঝডে বা ৪৮৪০ বর্গ গজে ১ একৰ । ১ একৰ মাটি, অসমীয়া ও দোণ ২I৷ লোচাৰ সমান । ১৩ — উদাহৰণমালা । ১। ২৮ পূৰাত কেই কঠা ? উ: ৫৬০ কঠা ২। ১৬ পূৰাত কিমান লোচা ? ৬৪০০ লোচা ৩ । ৩ পূৰাতৃ কিমান পোৱা ? উ: ৪৮০০ পোৱা ৪। ৬ দোণত কেই কানি ? উঃ ৯৬০০ কানি ৫ । ৪ কঠাত কেই গঙা ? উঃ ২৫৬০০ গণ্ড1 ৬ । ১৮ লোচাত কিমান কানি ? উ: ২৮৮ কানি ৭ । ২৪০ গঙাত কেই পোৱ ? উঃ ৩ পোৱা ৮। ১৯২০০ গণ্ডাত কিমান কঠ৷ ? উ ৩ কঠ৷