পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মিশ্ৰ ৰাশি আৰু লঘুকৰণ। ৪১ বস্তু বা মাটিৰ দীঘল পথালী জুখিবৰ ৰীতি। (দেশী) ৩ যবে ১ আঙ্গুলি | ৪ গজত বা । } ১ টাৰ বা বেঁও ৪ আঙ্গুলিত ১ মুঠি | ৮ হাতত । ৩ মুঠিত ১ বেগত | ১০০০ টাৰত বা , ১ ক্রোশ ২ বেগতে ১ হাত | ৮০০০' হাতত ২ হাতত ১ গজ ! ৪ ক্রোশত ১ যােজন ইংৰাজী মতে। | ১২ ইঞ্চিত ১ ফুট। ১৮ ইঞ্চিত ১ হাত। ৩ ফিটে ১ গজ। ১৭৬০ গজত ১ মাইল। | ১২—উদাহৰণমালা। ১। ৫ যােজনে কেই হাত ? উঃ ১৬০০০০ হাত ২। ৩২৫ যােজনে কিমান ক্রোশ ? উঃ ১৩০০ ক্রোশ ৩। ১২৮২ টাৰে কেই গজ ? উঃ ৫১২৮ গজ ৪। ৯৭৫ টাৰে কিমান হাত ? উঃ ৭৮০০ হাত ৫। ৪০৮০০০ হাতত কেই ক্রোশ ? উঃ ৫১ ক্রোশ ৬। ২০ গজত কেই আঙ্গুলি ? উঃ ৯৬০ আঙ্গুলি ৭। ৩ মাইলত কেই হাত ? উঃ ১০৫৬০ হাত ৮। ৩০ গজত কেই ইঞ্চ ? উঃ ১০৮০ ইঞ্চ ৯। ২ মাইলত কেই ফিট ? উঃ ১০৫৬০ ফিট ১০। ৪০ গজ ২ ফিট ৬ ইঞ্চিতকেই ইঞ্চ ? উঃ ১৪৭০ ইঞ্চ,