পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্র বাশি- অক লঘুকৰণ । ৩৯ বস্তু গণিব ৰীতি । ৪ গোটে ১ গণ্ড । ৫ গণ্ডার ১ বুড়ি বা কুড়ি ৪ বুড়িত, ২০গঙাত বা ৮০ টাত ১ পোণ । ১৬ পোণত ১ কাওণ । কাকতৰ লেখ । ২৪ তাৱে ১ দিস্ত। ২০ দিল্ডাত ১ ৰিম। ১০ ৰিমত ১ বেল। ১০– উদাহৰণমালা । ১ । ৮ গজত কেই আষুলি ? উঃ ৩৮৪ অ. ২। ৯৩০ গজত কিমান হাত ? উঃ ১৮৬০ হা . ৩। ২৪ গজত কিমান গিৰ৷ ? উঃ ৩৮৪ গি. ৪ । ২৩০৪ আগুলিত কিমান গজ ? উঃ ৪৮ গ. ৫ । ৩২ গজ ১২ গিৰাত কিমান আঙুলি ? উঃ ১৫৭২ অ, ৬ । ৫ কাওণত কিমান বুড়ি ? উঃ ৩২০ বু. +। ৩২ কাওণত কিমান কুড়ি ? উ: ২০৪৮ কু . ৮। ২৫ কাওণ ১২ পোণত কিমান পোণ ? উঃ ৪১২ পোণ। ৯। ১৪ পোণত কিমান গণ্ডা ? উঃ ২৮০ গণ্ড৷ ১০। ২৮৪০ গঙাত কেই কাওণ কেই পোণ • উ: ক1. ৮Mন• ১১। ৪ ৰিমত কিমান তাও ? উঃ ১৯২০ তাও ১২ । ২৮ ৰিম ৮ দিস্তাত কিমান দিস্তা ? উঃ ৫৬৮ দিস্ত৷ ১৩ তাৰে । ৯৬০ কিমান ৰিম ? উঃ ২ ৰিম ।