এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৮ মৌখিক অঙ্ক ৬। ১৫৬ দোণত কিমান ঢোল ? উঃ ১৩ ঢোল ৭। ১০মোণ ১২ পূৰা ২দোণত কিমান সেৰ ? উঃ ৪৩০ সেৰ সোণ আদিৰ ওজন । ১ ৰতি ব ৰাতি ৪ ধানত। ৬ বতিত ১ অনা । ২ অনা বা ১২ ৰতিত ১ অদমহা । ২ আদমহাত বা ৪ অনাত ১ মহ৷ { } ৪ মহাত, ১৬ অনাত ১ তোলা বা ভৰি । বা ৯৬ ৰতিত ৯-উদাহৰণমালা । ১। ২০ তোলাত কিমান ৰতি ? উ: ১৯২০ ৰতি ২। ৬৪৫ তোলাত কিমান আদমহা ? উঃ ৫ ১৬০ আদমহা । ৩ । ৫৬ তোলাত কিমান অনা ? উঃ ৮৯৬ অনা s। ২১৩৬ আদমহাত কিমান ভৰি ? উঃ ২৬৭ ভৰি ৫ । ১৪৪০ ৰতিত কিমান তোলা ? উঃ ১৫ তোলা । ৬ । তোলা ৮০০ অনাত কিমান ৰতি ? উঃ ৮৫২ ৰতি ৭। তোলা ৭২ দ• অনাত কিমান মহা ? উঃ ২৯১ মহা তখন । কাপোৰ আদি জুখিব প্রণালী। ৮ গিৰাত বা ১ হাত । ১ আঙুলি। ২৪ আঙুলিত } ৩ আগুলিত ১ গিৰা ।। ২ হাতত । । ১ গজ ।