পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অমিশ্র চাৰি নিয়মৰ বিবিধ সঙ্কেত। ৩১ ৫— উত্তমালা । ১ । ২৬৭ ; ১৭৮ ২ । ৪০৮ ; ২ ৭২ ; ২৩৪ ৩ । ২০৬ ; ১০৩ ৪ । ৭৮৪ : ৪৯০ ৫ । ৯১২ ; ৬৮৪ ৬ । ৭১২ ; ৬২৩ ; ৩৫৬ ৭ । ১৯৫৬ ; ১৪৬৭ ৮ । ৫৪৩৯ : ৩৬২৬ ৯। ১৬৮০ ; ১৪৫৬ ; ১৩৬৫১০ । ৩৫২৮ ; ২৬৮৮ ' ১১। ৬৫১০ ; ৫৪২৫ , ১২ । ৩২৯১ ১৩ । ৮ ৬৩১ ১৪ । ৬৮৫২ ১৫ । ৫৩২৪ ১৬ । ৮ '৬৯ ১৭। ২২১৪১৮বাকি ১৭৮ ১৮ । ৬৭৮৯৪৫৬, ১৯ । ১২৩৪৫ ২০। ৭৪১৭ ব৷ ১০৯৫ - ১। ৭৫ s28 বা ২০০৩ ২২ I ৯৮৬৯ ২৩। ৯৭৮ বা ৩২৫, ২৪ । ২৭৯ । ২৫। ৩২ সেৰ ২ ৬ । ৪৫ টকা ২৭। ৩২৫ জন । ২৮ । ২ ৮৮০ ২৯ । ১২৫ মোণ ৩০। ৭৯৮ টকা । অমিশ্র চাৰি নিয়মৰ বিবিধ সঙ্কেত। (১) ক্রমান্বয়ে যোগ ।—-কোনো সংখ্যাৰ পৰ ক্ৰমান্বয়ে । কেতবিলাক সংখ্যাৰ যোগফল স্থিৰ কৰোতে প্ৰথম আৰু শেষ অঙ্কৰ যোগফল, আৰু যোগ কৰিবলগীয়া ৰাশিবিলাকৰ সংখ্যা, এই দুয়োৰ এটাৰ আধাৰে আনটোক পূৰণ কৰিবা । যেনে ৪ৰ। পৰা ২৩ লৈকে যোগ কৰা । ৪ আৰু ২৩এ ২৭ । যোগ কৰিব লগীয়া ৰাশি বিলাকৰ সংখ্যা ৪ৰ পৰা ২৩ লৈকে ২০ । এই ২০ৰ আধা ১০ৰে ২৭ক পূৰণ কৰিলে ২৭০ হয় । এই ২৭০এই যোগ স্কুল ।