পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ মৌখিক অঙ্ক। ১। তনি শ আঠাইশ, ছয় হেজাৰ আঠচল্লিশ, চাৰি হেজাৰ সাত শ নকৈব, দুই শ আঠ। ২। দুই লক্ষ সাতাইশ হেজাৰ এক শ অঠৰ, তিনি হেজাৰ চাৰি শ ছাপন, তেইশ লক্ষ ন শ চৌৰাশি, যাঠি হেজাৰ আঠ । ৩। সাত কোটি যাঠি লক্ষ চৌবিশ হেজাৰ ছয় শ পাচ, তিনি কোটি চাৰি লক্ষ সাত শ এঘাৰ, পঞ্চাশ লক্ষ ছয় হেজাৰ সত্তর, ত্রিশ লক্ষ ন । ৪৷ পাচ কোটি ছয় লক্ষ তেইশ হেজাৰ চাৰি শ সাতাইশ, চৈধ্য লক্ষ স'ত্তর হেজাৰ পচিশ, তিনি শ বাইশ, নিৰান্নব্বৈ কোটি চল্লিশ লক্ষ আঠ হেজাৰ পঞ্চাশ । অমিশ্র তেবিজৰ প্ৰশ্ন । ১ম প্রশ্ন। ২৪, ৩৮, ৯৬, ৩৯, ১৮ আৰু ৮ একেসৈতে । যোগ কৰ । ২৪ এককৰ সাৰিৰ পৰা আৰম্ভ কৰি এই দৰে অঙ্ক ৩৮ কৰা হল । বেনেঃ—৪ অাৰু ৮এ ১২, ১২ আৰু ৯৬ ১৮ ৩৯, ৬এ ১৮, ১৮ আৰু ৯এ ২৭, ২৭ আৰু ৮এ ৩৫, ৩৫ ৮ আৰু ৮এ ৪৩ ; ৪৩ ৩ বহিল, হাতত ৰল ৪ দশক । ২২৩ হাতৰ ৪ দশক আৰু দশকৰ ২এ ৬, ৬ আৰু ৩এ ৯, ৯ আৰু ৯এ ১৮, ১৮ আৰু ৩এ ২১, ২১ আৰু ১এ ২২ ; ২২ৰ ২ বহিল, হাতত থাকিল ২। ২, ২এই বহিল।