সমললৈ যাওক

পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাৰাপাত । ১৫ সংখ্যা বা ৰাশি। ৮। সংখ্যা দুই প্ৰকাৰৰ। অমিশ্ৰ আৰু মিশ্ৰ । যি সংখ্যাই অখণ্ড বস্তক বুজায় তাক অমিশ্ৰ সংখ্যা বোলে। যেনে: —-১ টকা, ২ টকা, ৩ টকা নাইব। ১ মোণ, ২ মোণ, ৩ মোণ আদি কৰি। আক যি সংখ্যাই অখণ্ড বস্ত আৰু । সেই বস্তুৰ ভিন ভিন অংশক বুজায় তাক মিশ্ৰ সংখ্যা কয় । যেনেঃ—-১ টকা ৫ অন৷ ১০ গণ্ডা । এক টকা অখণ্ড ৰাশি, ৫ অনা আৰু ১০ গণ্ডা তাৰ অংশ, এতেকে একে সৈতে ১ টকা ৫ অন৷ ১, গণ্ডা মিশ্ৰ সংখ্যা { অমিশ্র যোগ বা তেজি । ৯। এক জাতিৰ দুই, তিন ব৷ তাতকৈ অধিক অখণ্ড । ৰাশি গোটোৱাৰ নাম অমিশ্র যোগ বা অমিশ্ৰ তেৰিজ । তেৰিজ কৰি যি ফল হয় তাক ঠিক, মুঠ, বা যোগফল বোলে । ১০। এটা অঙ্কৰ তলত আন অঙ্ক লেখোতে এককৰ তলত একক, দশকৰ তলত দশক, শতকৰ তলত শতক এই দৰে । বহুৱাব লাগে । । যেনেঃ—তিনি হেজাৰ ছয় শ পচাশি আক । ন শ আঠত্ৰিশ লেখোতে ৩৬৮৷ এই দৰে বহুৱাব লাগে । ১ উদাহৰণমালা । তলত লেখা সংখ্যা বিলাক অঙ্কেৰে লেখা আৰু এটাৰ তলত আনটো বহুৱা ।