ধাৰাপাত ।
১৫
সংখ্যা বা ৰাশি।
৮। সংখ্যা দুই প্ৰকাৰৰ। অমিশ্ৰ আৰু মিশ্ৰ । যি
সংখ্যাই অখণ্ড বস্তক বুজায় তাক অমিশ্ৰ সংখ্যা বোলে।
যেনে: —-১ টকা, ২ টকা, ৩ টকা নাইব। ১ মোণ, ২ মোণ,
৩ মোণ আদি কৰি। আক যি সংখ্যাই অখণ্ড বস্ত আৰু ।
সেই বস্তুৰ ভিন ভিন অংশক বুজায় তাক মিশ্ৰ সংখ্যা কয় ।
যেনেঃ—-১ টকা ৫ অন৷ ১০ গণ্ডা । এক টকা অখণ্ড ৰাশি,
৫ অনা আৰু ১০ গণ্ডা তাৰ অংশ, এতেকে একে সৈতে ১
টকা ৫ অন৷ ১, গণ্ডা মিশ্ৰ সংখ্যা {
অমিশ্র যোগ বা তেজি ।
৯। এক জাতিৰ দুই, তিন ব৷ তাতকৈ অধিক অখণ্ড ।
ৰাশি গোটোৱাৰ নাম অমিশ্র যোগ বা অমিশ্ৰ তেৰিজ ।
তেৰিজ কৰি যি ফল হয় তাক ঠিক, মুঠ, বা যোগফল বোলে ।
১০। এটা অঙ্কৰ তলত আন অঙ্ক লেখোতে এককৰ
তলত একক, দশকৰ তলত দশক, শতকৰ তলত শতক এই দৰে ।
বহুৱাব লাগে । । যেনেঃ—তিনি হেজাৰ ছয় শ পচাশি আক ।
ন শ আঠত্ৰিশ লেখোতে ৩৬৮৷ এই দৰে বহুৱাব লাগে ।
১ উদাহৰণমালা ।
তলত লেখা সংখ্যা বিলাক অঙ্কেৰে লেখা আৰু এটাৰ
তলত আনটো বহুৱা ।
পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
