পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৌখিক অঙ্ক। ১৩০ ৪র্থ প্রশ্ন। চন্দ্ৰনাথ দাসে ৪ld• অনা মোণ খ মওমাহ, ৩৩ অনা মোণ দৰে ১২ ফেৰ মাটিমা আনা মোণ দৰে ৩১৮৫ সেৰ ধান, আৰু ৪ টকা মোণ দৰে ২৫৫ সে সৰিয়হ বেচি যি টকা পাইছিল, তাৰে ৯lন অনা শ দৰে ৪৩০টা জাতিৰ্বাহ, ৩ টকা কুড়ি দৰে ১১৫ টা ভলুকাবাহ, ৫Iন • অনা হেজাৰ দৰে ১২৫০০ খেৰ, ৩০ অনা শ নৰে.২৫০ কাপবেত, ১• টক৷ কুড়ি দৰে ১১০ কন্ধ ইকৰা আৰু ১০• অনা কুড়ি দৰে ৭০ কন্ধ৷ খাগৰি কিনিলে। ইয়াৰ এখন হিসাব লেখি দেখুৱ৷i ইতি